বায়ুৰ ধৰ্ম

১০ম অধ্য়ায়

১. উদ্ভিদ সকলোৱে উশাহত  কি গ্ৰহণ কৰে ? 

উত্তৰ :- উদ্ভিদ সকলোৱে উশাহত বায়ু গ্ৰহণ কৰে।


২. বায়ু আবিহনে জীৱ জীৱাই থাকিব পাৰে নে ?

উত্তৰ :- বায়ু আবিহনে জীৱ জীৱাই থাকিব পাৰে নোৱাৰে।


৩. আমাৰ পৃথিৱীখনক কিহে আৱৰি আছে ?

উত্তৰ :- আমাৰ পৃথিৱীখনক বায়ু আৱৰি আছে।


৪. বায়ুমণ্ডল কাক বোলে ?

উত্তৰ :- আমাৰ পৃথিৱীখনৰ বায়ুৰ এটা আৱৰণে আগুৰি আছে। ইয়াক বায়ুমণ্ডল বোলে।


৫. বায়ু আমি চকুৰে দেখো নে ? 

উত্তৰ :- বায়ু আমি চকুৰে দেখো নেদেখো।


৬. বায়ুৰ আমি কি দেখিবলৈ পাওঁ ?

উত্তৰ :- বায়ুৰ আমি ক্ৰিয়া-কলাপবোৰহে দেখিবলৈ পাওঁ।


৭. বায়ু এবিধ  কি পদাৰ্থ ? 

উত্তৰ :- বায়ু এবিধ গেছীয় পদাৰ্থৰ মিশ্ৰণ।


৮. বায়ুত আধিক পৰিমাণে কি কি থাকে ?

উত্তৰ :- বায়ুত আধিক পৰিমাণে নাইট্ৰ'জেন আৰু অক্সিজেন গেছ থাকে।


৯. বায়ুত কম পৰিমাণে কি কি থাকে ?

উত্তৰ :- বায়ুত কম পৰিমাণে কাৰ্বন -ডাই-অক্সাইড, আৰ্গন আৰু জলীয় বাষ্প থাকে।


১০. বায়ুত একেবাৰে কম পৰিমাণে কি কি থাকে ? 

উত্তৰ :- বায়ুত একেবাৰে কম পৰিমাণে নিয়ন, হিলিয়াম, ক্ৰিপটন আৰু জেনন।


১১. বায়ুত কি উৰি থাকে ?

উত্তৰ :- বায়ুত ঘূলিকণাও উৰি থাকে।


১২. বায়ুত কিমান ভাগ অক্সিজেনৰ থাকে ?

উত্তৰ :- বায়ুত ২১ ভাগ অক্সিজেন থাকে।


১৩. বায়ুত কিমান ভাগ নাইট্ৰ'জেনৰ থাকে ?

উত্তৰ :- বায়ুত ৭৮ ভাগ নাইট্ৰ'জেন থাকে।


১৪. বায়ুত কিমান ভাগ কাৰ্বন-ডাই-অক্সাইড থাকে ?

উত্তৰ :- বায়ুত .০৩ ভাগ কাৰ্বন-ডাই-অক্সাইড থাকে।


১৫. আৰ্গনকে ধৰি অন্য়ান্য় কি এক থাকে ?

উত্তৰ :- আৰ্গনকে ধৰি অন্য়ান্য় গেছ এক থাকে।


১৬. বায়ুৱে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ কি পালন কৰে ? 

উত্তৰ :- বায়ুৱে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


১৭. বায়ুৰ ওজন আছে নে ?

উত্তৰ :- বায়ুৰ ওজন আছে।


১৮. বায়ুৱে কোনবোৰ ঠাই অধিকাৰ কৰে ? 

উত্তৰ :- বায়ুৱে খালী ঠাই অধিকাৰ কৰে।


১৯. বায়ু বৰ কি হয় ?

উত্তৰ :- বায়ু বৰ সেৰেঙা বা পাতল হয়।


২০. বায়ুৰ তাপ বাঢ়িলে কি বাঢ়ে ?

উত্তৰ :- বায়ুত তাপ বাঢ়িলে চাপ বাঢ়ে।





Type By- Pal Bora