গোট-১১
কানাইৰ চাতুৰী
A. অতি চমু প্রশ্নাবলীঃ মূল্যাংক : ১ নম্বৰৈ
৩। কৃষ্ণই ক'লৈ গুচি যাব বুলি মাক যশোদাক কৈছে? [HSLC '12 ৪। “দুৰ্যশ কলংক দুখ সুমৰন্তে, ”‘সুমৰন্তে' শব্দৰ অৰ্থ লিখা। [HSLC '12] ৫। কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল । [HSLC '13,'17] ৬। দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ? [HSLC '17] ৭। অর্থ লিখা । বিগুটিয়া, তাসম্বাক।[HSLC'14] চৌপৰ, ৰজনী । [HSLC '15] ৮।“ব্রহ্মা আদি কৰি যত চৰাচৰ মোক সেৱা কৰি যাই।”
- ইয়াত ব্ৰহ্মা আদি চৰাচৰে কাক সেৱা কৰে ?[HSLC '19]
৯। শব্দৰ আধুনিক ৰূপ লিখা : তাসম্বাক [HSLC '20]
B. চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩ নম্বৰকৈ
১। তথাপি তোহাক দেখন্তে ডৰত
সাধিলো দেৱৰ কাম।” - বুজাই লিখা [HSLC '11] ৩।কৃষ্ণই বামন ৰূপ লৈ বলিক কিদৰে ছলনা কৰিছিল? [HSLC '12] ৪। শ্ৰীধৰ কন্দলিৰ চমু পৰিচয় দিয়া। [HSLC '12] ৫।“কাঠ-বাঁজী বুলি জগতে হাসয় দেখিলে সুমৰে হৰি”
—কাঠ-বাঁজী বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰপৰা তেওঁক কোনে ৰক্ষা কৰিলে? [HSLC '13]
দেখিলে সুমৰি হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।।”
কবিতাফাকিৰ তাৎপৰ্য বিচাৰ কৰা। [HSLC '15]
৮। “মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম । ”
কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল – খৰচি মাৰি লিখা । [HSLC '15]
পাৰিবাহা মোক গালি ।”
– কোনে, কাক উদ্দেশ্য কৰি এইদৰে কৈছে বুজাই লিখা ৷ [HSLC '16]
১০। মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ৷ [HSLC '16]
ধনত লাগিবে জুই' —ইয়াত কোনে, কিয় ধনত জুই লাগিব বুলি কৈছে ? [HSLC '17] ১২। 'কথাক কহন্তে ক্রন্দন আসয় যত অপমান পাওঁ।'
- ইয়াত কোনে, কি অপমান পোৱাৰ কথা কোৱা হৈছে? [HSLC '18]
১৩। “মোহোৰ মুখত লাজ লাগে বৰ
- কাৰ গুণৰ কথা কোৱা হৈছে? এই গুণবোৰ ক'বলৈ
বক্তাৰ কিয় লাজ লাগে, বৰ্ণনা কৰা । [HSLC '19]
১৪। ‘কানাইৰ চাতুৰী’ কবিতাটোৰ মূলভাৱ লিখা । [HSLC '19]
১৫। ছয়ৰতি সোনাৰ বংশী গড়ায় নেদ ৰাজ পটেশ্বৰী হুই। - ইয়াত ‘ৰাজপটেশ্বৰী' বুলি কাক কৈছে? [HSLC 20]
১৬। মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল ? কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা ৷ [HSLC '20]
Type By- Bikul Mandal