অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

অধ্য়ায়- 1

A. আত চমু প্রশ্নাবলা : মূল্যাংক : 1

1. তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) তলৰ কোনটো অ-নৱীকৰণযোগ্য সম্পদ ? [HSLC '14,'17,'19] (a) পানী (b) সূৰ্যৰ ৰশ্মি (c) গছ-গছনি (d) প্রাকৃতিক গেছ (ii) তলৰ সম্পদসমূহ কোনবিধ সম্পদ অনবকৰণ যোগ্য ? [HSLC '16] (a) শস্য (b) মানুহ (c) লো (d) সূৰ্যৰ ৰশ্মি (iii) তলৰ সম্পদ সমূহৰ কোন বিধ সম্পদ অজীবীয়? [HSLC '17] (a) বায়ু (b) উদ্ভিদ (c) জন্তুবোৰ

(d) শস্য (iv) তলৰ কোনটো মানৱসৃষ্ট সম্পদ ? [HSLC 18, 20] (a) অৰণ্য (b) জলসিঞ্চন (c) নদ-নদী (d) খনিজ তেল 2. প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনাৰ এটা উদাহৰণ দিয়া । [HSLC '11]


3. এটা সামগ্ৰীৰ উদাহৰণ দিয়া, যিটো সম্পদ আৰু সম্পত্তি দুয়োটা। [HSLC '12] 4. সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কিয় সমগ্ৰ বিশ্বতে আৱশ্যক হৈ পৰিছে ? [HSLC'16] B. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3 | 1. সম্পদৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। [HSLC 11]


2. ‘সম্পদৰ সংৰক্ষণ' মানে কি? [HSLC'11] 3. মানুহক কিয় মানৱ সম্পদ বোলা হয়? [HSLC'12] 4. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা । [HSLC '12,18] 5. জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত থকা পার্থক্য লিখা । [HSLC '13] 6. সম্পদ সংৰক্ষণ কেনেদৰে সফল কৰি তুলিব পাৰি? [HSLC'14] 7. প্রাকৃতিক আৰু মানব সম্পদৰ উদাহৰণসহ সংজ্ঞা লিখা। [HSLC '17]


8. সম্পদ বুলিলে কি বুজা ? ইয়াৰ প্ৰধান বৈশিষ্ট্য সমূহৰ যি কোনো এটা উল্লেখ কৰা । [HSLC '18] 9. সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ লিখা [HSLC '19] 10. অর্থনৈতিক ভূগোল'ৰ সংজ্ঞা লিখা। ইয়াৰ বিষয়বস্তু কি? [HSLC '20] C. ৰচনাধৰ্মী প্ৰশ্নাৱলী : মূল্যাংক : 4/5 1. ' অর্থনৈতিক ভূগোল কাক বোলে? অর্থনৈতিক ভূগোলৰ তিনিটা প্ৰধান শাখাৰ নাম উল্লেখ কৰা। [HSLC '17] 2. সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা । [HSLC '18] 3. সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা । [HSLC '19] 4. থিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা ৷ [HSLC '19] 5. সম্পদ' বুলিলে কি বুজায় ? উদাহৰণসহ ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা । [HSLC 20] Type by- Bikul Mandal