অধ্য়ায়ঃ ১৩

আকাশৰ কথা

১। চন্দ্ৰ পৃথিৱীৰ কি?

উত্তৰঃ উপগ্ৰহ। 

২। ধূমকেতুৰ আন এটা নাম কি?

উত্তৰঃ নেজাল তৰা।

৩। সৌৰজগতৰ গ্ৰহবোৰক দুটা ভাগত ভগাব পাৰি। সেই ভাগ দুটা হ'ল? 

উত্তৰঃ আভ্য়ন্তৰীণ গ্ৰহ আৰু বাহ্য়িক গ্ৰহ।

৪। কিন্তু এখন আকাশীযান ঘন্টাত কিমান কিল'মিটাৰ বা তাতোকৈও বেছি গতিবেগত যাব পাৰে?

উত্তৰঃ ৮০০ কিল'মিটাৰ বা তাতোকৈও বেছি গতিবেগত যাব পাৰে।

৫। কি গ্ৰহ সূৰ্যৰ নিচেই ওচৰৰ?

উত্তৰঃ বুধ সূৰ্যৰ নিচেই ওচৰৰ গ্ৰহ।

৬। সৌৰজগতৰ কি কি কেৱল উপগ্ৰহ নাই?

উত্তৰঃ বুধ আৰু শুক্ৰৰহে কেৱল উপগ্ৰহ নাই।

৭। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰটোৰ নাম কি?

উত্তৰঃ বৃহস্পতি।

৮। সৌৰজগতৰ সৰু গ্ৰহটোৰ নাম কি?

উত্তৰঃ বুধ।

৯। সূৰ্য পৃথিৱীৰ একেবাৰে ওচৰত থকা কি?

উত্তৰঃ নক্ষত্ৰ।

১০। পৃথিৱীৰপৰা সূৰ্যৰ দূৰত্ব প্ৰায় কিমান কোটি কিমি.?

উত্তৰঃ ১৫ কোটি কিমি.।

১১। সৌৰজগতত থকা ধূমকেতুবোৰৰ ভিতৰত হেলিৰ ধূমকেতু অন্য়তম । হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আকাশত দেখা যায়?

উত্তৰঃ ৭৫ বছৰৰ মূৰে মূৰে আকাশত দেখা যায়।

১২। আমাৰ পৃথিৱীখন সৌৰজগতৰে এটা কি?    

উত্তৰঃ গ্ৰহ।

১৩। পৃথিৱীৰ উপৰিও আৰু কেইটা গ্ৰহ আৰু সিহঁতৰ উপগ্ৰহ সৌৰজগতত আছে?   

উত্তৰঃ ৮টা গ্ৰহ আছ।

১৪। কিহৰ কিহৰ বাহিৰে আটাইকেইটাৰে উপগ্ৰহ আছে? 

উত্তৰঃ বুধ, শুক্ৰৰ  বাহিৰে আটাইকেইটাৰে উপগ্ৰহ আছে।

 ১৫।  বুধৰ উপগ্ৰহ আছে নে নাই? 

উত্তৰঃ বুধৰ উপগ্ৰহ নাই।

১৬। পৃথিৱী উপগ্ৰহ আছে নে নাই?

উত্তৰঃ পৃথিৱী উপগ্ৰহ আছে ১টা।

১৭। মংগলৰ উপগ্ৰহ আছে নে নাই?

উত্তৰঃ মংগল উপগ্ৰহ আছে ২টা। 

১৮। বৃহস্পতি উপগ্ৰহ আছে নে নাই?

উত্তৰঃ বৃহস্পতি উপগ্ৰহ আছে ১৩টা।

১৯। শনি উপগ্ৰহ আছে নে নাই?

উত্তৰঃ শনি উপগ্ৰহ আছে ১০টা ।

২০। ইউৰেনাছ উপগ্ৰহ আছে নে নাই?

উত্তৰঃ ইউৰেনাছ উপগ্ৰহ  আছে ৫টা।

Type By-RITU Moni Bora