ভাৰতীয় আৰ্যভাষা

অধ্য়ায়-১


১.৯ আৰ্হি প্ৰশ্ন

বস্তুধৰ্মী বস্তু

প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক---

(ক) 'ইণ্ডো-ইউৰোপীয়া' ভাষা পৰিয়ালৰ প্ৰধান শাখা কেইটা আৰু কি কি ?

উত্তৰঃ


(খ) প্ৰাচীন ভাষাতত্ত্ববিদৰ মতে 'ইণ্ডো-ইৰাণীয়' শাখাৰ ইৰাণীয় আৰু আৰ্য উপশাখাৰ মধ্য়ৱৰ্তী ভাষা স্তৰটো কি ?

উত্তৰঃ


(গ) প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ সাহিত্য়িক নিদৰ্শন কি ?

উত্তৰঃ


চুটি প্ৰশ্ন (১৫০ শব্দৰ ভিতৰত লিখক)

প্ৰশ্ন ১ঃ বৰ্গীকৃত আৰু অবৰ্গীকৃত ভাষাৰ পাৰ্থক্য় বিচাৰ কৰি উদাহৰণ দিবলৈ যত্ন কৰক।

উত্তৰঃ


প্ৰশ্ন ২ঃ 'ইণ্ডো-ইউৰোপীয়' ভাষা পৰিয়ালৰ শাখাসমূহৰ শ্ৰেণী বিভাজনৰ ভিত্তি কি চমুকৈ ব্য়াখ্য়া কৰক।

উত্তৰঃ


প্ৰশ্ন ৩ঃ 'ইণ্ডো-ইউৰোপীয়' নামকৰণৰ তাৎপৰ্য চমুকৈ ব্য়াখ্য়া কৰক।

উত্তৰঃ


প্ৰশ্ন ৪ঃ ভাৰতীয় আৰ্যভাষাৰ সময় বা কালসহ স্তৰসমূহৰ পৰিচয় দিয়ক।

উত্তৰঃ


প্ৰশ্ন ৫ঃ অসমত প্ৰচলিত যিকোনো দুটা তিব্বত-বৰ্মীমূলীয় ভাষাৰ পৰিচয় দিয়ক।

উত্তৰঃ


ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ পৃথিৱীৰ প্ৰাচীন ভাষাগোষ্ঠীয়সমূহৰ চমু পৰিচয় দি এটি টোকা লিখক।

উত্তৰঃ


প্ৰশ্ন ২ঃ অসমত প্ৰচলিত অষ্ট্ৰিকমূলীয় ভাষাৰ পৰিচয় ব্য়াখ্য়া কৰক।

উত্তৰঃ


প্ৰশ্ন ৩ঃ ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ আদিম বাসস্থান বা জন্মস্থান সম্পৰ্কে বহলাই লিখক।

উত্তৰঃ


প্ৰশ্ন ৪ঃ ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ শাখা-প্ৰশাখাসমূহৰ বিষয়ে চমুকৈ লিখক।

উত্তৰঃ


প্ৰশ্ন ৫ঃ দ্ৰাবিড় ভাষা পৰিয়ালৰ পৰিচয় ব্য়াখ্য়া কৰি ভাৰতবৰ্ষত এই পৰিয়ালৰ অৱস্থিতি সম্পৰ্কে লিখক।

উত্তৰঃ


প্ৰশ্ন ৬ঃ ভাৰতবৰ্ষত প্ৰচলিত ভাষাগোষ্ঠীসমূহৰ বিষয়ে লিখক।

উত্তৰঃ


প্ৰশ্ন ৭ঃ অসমীয়া ভাষাটো ইণ্ডো-ইউৰোপীয়ৰ কোনটো শাখাৰ অন্তৰ্গত বহলাই লিখক।

উত্তৰঃ


প্ৰশ্ন ৮ঃ ভাৰতীয় আৰ্যভাষাৰ ক্ৰমবিৱৰ্তনৰ সকলো দিশ সামৰি এটি টোকা লিখক।

উত্তৰঃ



Type By-Janmoni Hazarika