প্ৰাচীন ভাৰতীয় আৰ্যভাষা

অধ্য়ায়-২


 বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক

(ক) ‘ভাৰতীয় আর্যভাষা'ৰ আদি স্তৰটিৰ নাম কি ?

উত্তৰঃ


(খ) আৰ্যসকল ভাৰতবৰ্ষত কেতিয়া প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ


(গ) প্ৰাচীন ভাৰতীয় আর্যভাষাৰ নৱীনতৰ ভাষা ৰূপটোৰ নাম কি?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত লিখক)

প্রশ্ন ১ : প্রাচীন ভাৰতীয় আর্যভাষাৰ এটি চমু পৰিচয় যুগুতাওক।

উত্তৰঃ


প্রশ্ন ২ : বৈদিক সাহিত্যৰ এটি পৰিচয়মূলক টোকা লিখক।

উত্তৰঃ


প্রশ্ন ৩ : প্ৰাচীন ভাৰতীয় আর্যভাষাৰ সামগ্রিক বৈশিষ্ট্যসমূহ উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন ৪ : সংস্কৃতৰ গুণ, বৃদ্ধি আৰু সম্প্ৰসাৰণ মানে কি বুজায়, উদাহৰণসহ বুজাই লিখক।

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : প্রাচীন ভাৰতীয় আর্যভাষাৰ সময় আৰু তাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ উল্লেখ কৰক ।

উত্তৰঃ


প্রশ্ন ২ : বৈদিক আৰু সংস্কৃত ভাষাৰ এটি পৰিচয়মূলক আলোচনা আগবঢ়াওক ।

উত্তৰঃ


প্রশ্ন ৩ : বৈদিক ভাষাৰ ভাষাতাত্ত্বিক বিশেষত্বসমূহ উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন ৪ : বৈদিক আৰু সংস্কৃত ভাষাৰ ধ্বনিতাত্ত্বিক দিশৰ পাৰ্থক্যসমূহ বিশ্লেষণ কৰক ।

উত্তৰঃ


প্রশ্ন ৫ : বৈদিক আৰু সংস্কৃতৰ ৰূপতাত্ত্বিক বিশেষত্বসমূহ লিখক।

উত্তৰঃ


প্রশ্ন ৬ : বৈদিক আৰু সংস্কৃত ভাষাৰ এটি তুলনামূলক আলোচনা যুগুত কৰক ৷

উত্তৰঃ



Type By- Janmoni Hazarika