অসমীয়া ভাষাৰ উদ্ভৱ আৰু ক্ৰমবিকাশ 

অধ্য়ায়- ৭


বস্তুধৰ্মী প্ৰশ্ন

প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক---

ক) অসমীয়া ভাষাৰ ইতিহাসক ড॰ বাণীকান্ত কাকতিয়ে কেইটা ভাগত ভাগ কৰিছে ?

উত্তৰঃ


(খ) চৰিত সাহিত্য়ববোৰত ব্য়ৱহৃত গদ্য়শৈলী কেনেধৰণৰ ?

উত্তৰঃ



চুটি প্ৰশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ উদ্ভৱকালৰ অসমীয়া ভাষা সম্পৰ্কে এটি প্ৰবন্ধ যুগুত কৰক।

উত্তৰঃ


প্ৰশ্ন ২ঃ চমুটোকা লিখক---(ক) উদ্ভৱকালৰ অসমীয়া ভাষা  (খ) প্ৰাচীন অসমীয়া ভাষা



ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ সম্পৰ্কে এটি আলোচনা যুগুত কৰক।

উত্তৰঃ


প্ৰশ্ন ২ঃ "মাগধী অপভ্ৰংশই অসমীয়া ভাষাৰ মূল'----মন্তব্য়টিৰ সাৰ্থকতা নিৰূপণ কৰক।

উত্তৰঃ


প্ৰশ্ন ৩ঃ অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে ঘাইকৈ কি কি মত পোৱা যায় ? এই মতবোৰৰ ভিতৰত কোনটে মত অধিক গ্ৰহণযোগ্য় বিচাৰ কৰক।

উত্তৰঃ