মধ্য় ভাৰতীয় আৰ্যভাষা-পালি স্তৰ

অধ্য়ায়-৩


বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক - 

(ক) মধ্য ভাৰতীয় আর্যভাষাক সৰ্বমুঠ কেইটা ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ


(খ) ‘পালিত ঋ ধ্বনিৰ প্ৰয়োগ আছেনে?

উত্তৰঃ


(গ) `পালি' শব্দৰ অৰ্থ কি?

উত্তৰঃ


(ঘ) কাল আৰু ভাৱ প্ৰকাশক 'ল' কাৰৰ সংখ্যা পালিত কেইটা ?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত লিখক)

প্রশ্ন ১ : মধ্য ভাৰতীয় আর্যভাষাৰ উপস্তৰসমূহৰ বিষয়ে চমুকৈ লিখক।

উত্তৰঃ


প্রশ্ন ২ : ‘পালি’ৰ উৎপত্তি সম্পৰ্কত বিভিন্ন মতামত সামৰি এটি টোকা লিখক।

উত্তৰঃ


প্রশ্ন ৩ : ‘পালি' নামৰ তাৎপৰ্য ব্যাখ্যা কৰক ।

উত্তৰঃ


প্রশ্ন ৪ : ‘পালি’ ভাষাৰ প্ৰধান ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ উল্লেখ কৰক।

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন ( ৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘পালি ভাষা হ’ল প্ৰাচীন বৈদিক আৰু সংস্কৃতৰ সৰলীকৰণ প্ৰক্ৰিয়া’ আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ২ : প্ৰাচীন ভাৰতীয় আর্যভাষাৰ তুলনাত মধ্য ভাৰতীয় আর্যভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্য আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ : ‘পালি’ ভাষাৰ স্বৰধ্বনি পৰিৱৰ্তনৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰক ৷ 

উত্তৰঃ


প্রশ্ন ৪ : ‘পালি’ ভাষাৰ ব্যঞ্জনধ্বনি পৰিৱৰ্তনৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰক ৷ 

উত্তৰঃ


প্রশ্ন ৫ : ‘পালি’ ভাষাৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰক ৷

উত্তৰঃ



Type By-Janmoni Hazarika