অসমীয়া ব্য়াকৰণ

অধ্যায়- ১৫

ক) বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া শব্দবোৰ ভাঙি কি প্রত্যয় যোগ হৈছে নিৰ্ণয় কৰক-----

নাচনী, ফন্দি, আগতীয়া, গভাইত, নিলাজী, গঞা, ফুলনি, বুধি, দিয়া, দেখনিয়াৰ ৷

উত্তৰঃ


প্রশ্ন ২ : তলত দিয়া পদবোৰ ভাঙি কি সমাস হৈছে নিৰ্ণয় কৰক – 

আমি, পিতলচকুৱা, নাওপেটা, বৃকোদৰ, মহাপুৰুষ, আজীৱন, সাতবিহু, বিদ্যাধন, মুখামুখি।

উত্তৰঃ


খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : প্রত্যয় কাক বোলে ? কৃৎ আৰু তদ্ধিত প্রত্যয়ৰ সূত্ৰ লিখি উদাহৰণ দিয়ক ।

উত্তৰঃ


প্রশ্ন ২ : বিভক্তি কাক বোলে ? অসমীয়া কাৰক বিভক্তিৰ এখন তালিকা প্রস্তুত কৰক ।

উত্তৰঃ


প্রশ্ন ৩ঃ  ক্রিয়া বিভক্তি কাক বোলে ? কাল আৰু পুৰুষ অনুযায়ী অসমীয়া ক্ৰিয়া বিভক্তিবোৰ তালিকাভুক্ত কৰক ।

উত্তৰঃ


গ) ৰচনাধৰ্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ঃ প্রত্যয় কাক বোলে ? বিভক্তি আৰু প্ৰত্যয়ৰ মাজত পাৰ্থক্য আছেনে ? বুজাই লিখক। 

উত্তৰঃ


প্রশ্ন ২ : উপসর্গ কাক বোলে ? অসমীয়া ভাষাত পোৱা উপসর্গসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন ৩ : সমাস কাক বোলে ? ইহঁত কেইবিধ আৰু কি কি ? প্ৰতিবিধৰে উদাহৰণসহ ব্যাখ্যা কৰক।

উত্তৰঃ


প্রশ্ন ৪ : লিঙ্গ বুলিলে কি বুজে ? অসমীয়া ভাষাৰ লিঙ্গ কেইটা আৰু কি কি?

উত্তৰঃ


প্রশ্ন ৫ : অসমীয়া ভাষাত লিঙ্গ নির্ণয়ৰ বাবে কি কি পদ্ধতি আছে আলোচনা কৰক ।

উত্তৰঃ



Type By- Janmoni Hazarika