মধ্য় ভাৰতীয় আৰ্যভাষা- প্ৰাকৃত স্তৰ

অধ্য়ায়- ৪


বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ক

ক) প্ৰাকৃত স্তৰৰ সময় নিৰ্ধাৰণ কৰক। 

উত্তৰঃ


খ) দুজন প্রাকৃত-বৈয়াকৰণৰ নাম লিখক।

উত্তৰঃ


গ) এখন প্রাকৃত গীতি-কাব্যৰ নাম লিখক।

উত্তৰঃ


ঘ) অসমীয়া ভাষা কোন প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে?

উত্তৰঃ


ঙ) কৰ্পূৰ-মঞ্জৰী কোন ভাষাত ৰচিত ?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত লিখক)

প্রশ্ন ১ : প্ৰাকৃত নামৰ তাৎপৰ্য ব্যাখ্যা কৰক।

উত্তৰঃ


প্রশ্ন ২ : প্রাকৃতত সংস্কৃতৰ স্বৰধ্বনিৰ পৰিৱৰ্তন কেনেকৈ হৈছে লিখক। 

উত্তৰঃ


প্রশ্ন ৩ : সাহিত্যিক প্রাকৃতৰ উদ্ভৱ সম্পৰ্কে চমুকৈ লিখক।

উত্তৰঃ


প্রশ্ন ৪ : চমুটোকা লিখক---

                        সমীভৱন, স্বভক্তি, স্বৰাগম, বৰ্ণ-বিপর্যয়, মহাৰাষ্ট্ৰী প্ৰাকৃত, গৌৰসেনী প্ৰাকৃত,                                মাগধী প্রাকৃত, প্ৰাকৃতৰ ৰূপতত্ত্ব, প্রাকৃত ব্যঞ্জনধ্বনি ।

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : প্রাকৃত ভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰক ।

উত্তৰঃ


প্রশ্ন ২ : পালি আৰু প্ৰাকৃতৰ ভাষাতাত্ত্বিক বৈশিষ্ট্য কিবা আছে নে? যদি আছে কেনেবোৰ দিশত এনে পার্থক্য দেখা যায় লিখক।

উত্তৰঃ


প্রশ্ন ৩ : প্ৰাকৃতৰ শব্দৰূপৰ বৈশিষ্ট্য সম্পৰ্কে বহলাই লিখক।

উত্তৰঃ


প্রশ্ন ৪ : প্ৰাকৃত ধাতুৰূপৰ বৈশিষ্ট্য সম্পৰ্কে বহলাই লিখক।

উত্তৰঃ


প্রশ্ন ৫ : সাহিত্যিক প্রাকৃত কাক বোলে? সাহিত্যিক প্রাকৃত কেইবিধ আৰু কি কি? প্ৰতিবিধৰে একোটি চমু পৰিচয় দিয়ক।

উত্তৰঃ


প্রশ্ন ৬ : সাহিত্যিক প্রাকৃত কেইবিধ আৰু কি কি ? শ্রেষ্ঠ প্রাকৃত কোনবিধ ? ভাষাগত বৈশিষ্ট্যসহ বহলাই লিখক।

উত্তৰঃ


প্রশ্ন ৭ : ধ্বনি পৰিৱৰ্তন প্রক্রিয়া মানে কি বুজে ? উদাহৰণসহ বহলাই লিখক ।

উত্তৰঃ


Type By-Janmoni Hazarika