অধ্য়ায়- ৫

মৰ্মান্তিক


ক) বস্তুধৰ্মী প্ৰশ্ন 

প্ৰশ্ন ১ঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা গৱেষণাধৰ্মী পুথিকেইখনৰ নাম কি ?

উত্তৰঃ


প্ৰশ্ন ২ঃ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম প্ৰকাশিতকবিতা পুথিখনৰ নাম কি ? এইখন কোন চনত 

প্ৰকাশ পাইছিল ?

উত্তৰঃ


প্ৰশ্ন ৩ঃ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত আধুনিক যুগৰ কি ছবি ফুটি উঠিছে ?

উত্তৰঃ


খ) চুটি প্ৰশ্ন ( ১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ আধুনিক অসমীয়া কবিতাত নিৰ্মলপ্ৰভা বৰদলৈৰ স্থান নিৰ্ণয় কৰি এটি চমু নিবন্ধ যুগুত 

কৰক।

উত্তৰঃ


প্ৰশ্ন ২ঃ প্ৰসংগ সংগতি দৰ্শাই ব্য়াখ্য়া কৰক---

                (ক) মূৰত জাপি

                       কান্ধত মেটমৰা দুটা ডাঙৰিৰ

                       জিৰিক্ জিৰিক্ মাত।

উত্তৰঃ


               (খ) তেওঁৰ পিছে পিছে গ'লগৈ 

                      আঘোণৰ সোণবৰণীয়া ৰ'দ

                      খেৰৰ চুবুৰিটো, বাঁহ বননিৰ

                      কেঁচা আলিটো

                      আৰু গান গোৱা চৰাইজাক।

উত্তৰঃ


               (গ) কোনে জানে

                      তেওঁআৰু

                      এই জন্মত

                      উভতি আহিবনে নাহে ?

উত্তৰঃ


গ) ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ 'মৰ্মান্তিক' কবিতাটিৰ আধৰত নিৰ্মলপ্ৰভা বৰদলৈৰ কাব্য় প্ৰতিভাৰ বিচাৰ কৰক।ট

উত্তৰঃ


প্ৰশ্ন ২ঃ 'মৰ্মান্তিক' কবিতাৰ বিষয়বস্তু সম্পৰ্কে এটি আলচ যুগুত কৰক।

উত্তৰঃ


প্ৰশ্ন ৩ঃ : 'মৰ্মান্তিক' কবিতাটিৰ কাব্য়িক সৌন্দৰ্য ফঁহিয়াই দেখুওৱা।

উত্তৰঃ



Type By- Janmoni Hazarika