লক্ষ্মীনাথ বেজবৰুৱা ঃ কন্য়া

অধ্য়ায়- ৯ 


(ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত লিখক)

প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক -

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰকৃত অৰ্থত বিদ্যাৰম্ভ ক’ত হয় ?

উত্তৰঃ


(খ) 'পাচনি' বেজবৰুৱাৰ এখন গল্পপুথিৰ নাম হয়নে?

উত্তৰঃ


(গ) লক্ষ্মীনাথ বেজবৰুৱাই সৰ্বমুঠ কিমানটা গল্প ৰচনা কৰিছিল?

উত্তৰঃ


প্রশ্ন ২ : শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক –

(ক) বেজবৰুৱাৰ কিছুমান গল্পত সাধুকথা আৰু গল্পৰ মাজত থাকিবলগীয়া পাৰ্থক্যৰ সীমাৰেখাডাল তেনেই ক্ষীণ।

উত্তৰঃ


(খ) কোল যুৱতীগৰাকীৰ নাম কন্যা আছিল।

উত্তৰঃ


(গ) লেখকৰ বন্ধুগৰাকীয়ে নৈখনৰ পাৰত হীৰা-মুকুতা বিচাৰি পাইছিল ।

উত্তৰঃ


(খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত লিখক)

প্রশ্ন ১ : অসমীয়া গল্প সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ স্থান কি? আলোচনা কৰক ৷ 

উত্তৰঃ


প্রশ্ন ২ : লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন আৰু কৃতিৰ বিষয়ে এটা আলোচনা যুগুত কৰক।

উত্তৰঃ


প্রশ্ন ৩ : বেজবৰুৱাৰ গল্পৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক ৷

উত্তৰঃ


(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত লিখক)

প্রশ্ন ১ : বেজবৰুৱাৰ গল্পসমূহত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা'ৰ স্থিতি আছেনে ? বিশ্লেষণ কৰক । 

উত্তৰঃ


প্রশ্ন ২ : ‘কন্যা’ গল্পটোৰ মূল বিষয়বস্তু কি? গল্পটোৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ : অসমীয়া ভাষাৰ নিভাঁজ ৰূপটো বেজবৰুৱাৰ গল্প ৰচনাসমূহত বিদৰে ৰক্ষিত হৈছে আলোচনা কৰক ।

উত্তৰঃ


Type By- Janmoni Hazarika