জ্য়োতিপ্ৰসাদ আগৰৱালা ঃ শোণিত কুঁৱৰী

অধ্য়ায়- ১৩


ক) বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—

ক) ‘জোনাকী’ চিনেমা হল কোন চনত সাজি উলিওৱা হৈছিল ?

উত্তৰঃ


খ) অসম্পূৰ্ণ ৰূপত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখক ।

উত্তৰঃ


গ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ পত্নীৰ নাম কি আছিল ?

উত্তৰঃ


প্রশ্ন ২ : শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক----

ক) জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যশিল্পৰ আন এটি উল্লেখযোগ্য বৈশিষ্ট্য হ'ল— নাৰী চৰিত্ৰৰ প্ৰাধান্য।

উত্তৰঃ


খ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকসমূহ মূলতঃ কাহিনীপ্রধান ৷

উত্তৰঃ


গ) দ্বাৰকাত চিত্ৰলেখাই ছদ্মৰূপ ধাৰণ কৰিছে চিত্র বিক্রেতা বালক হিচাপে।

উত্তৰঃ


খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন সম্পৰ্কে এটি পৰিচয় দাঙি ধৰক ।

উত্তৰঃ


প্রশ্নঃ চমু টোকা লিখক----

বাণ ৰজা,  চিত্রলেখা,  ঊষা,  অনিৰুদ্ধ

উত্তৰঃ


গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচয় দি তেওঁ ৰচনা কৰা নাটককেইখনিৰ বিষয়ে চমুকৈ আলোচনা আগবঢ়াওক ।

উত্তৰঃ


প্রশ্ন ২ : নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচয় দি তেওঁ ৰচনা কৰা নাটককেইখনিৰ বিষয়ে চমুকৈ আলোচনা আগবঢ়াওক। 

উত্তৰঃ


প্রশ্ন ৩ঃ জ্যোতিপ্রসাদ আগৰৱালাৰ নাটকৰ বৈশিষ্ট্যসমূহ কি কি? আপুনি পঢ়া শোণিত কুঁৱৰী নাটকত এই বৈশিষ্ট্যসমূহ কিমানদূৰ পৰিস্ফুট হৈছে বিচাৰ কৰক।

উত্তৰঃ


প্রশ্ন ৪ : শোণিত কুঁৱৰী নাটকৰ কাহিনীভাগ চমুকৈ বৰ্ণনা কৰক। লগতে এই কাহিনীভাগৰ যোগেদি নাটকখনিত কি বিষয়বস্তু প্রকাশ পাইছে বিশ্লেষণ কৰি দেখুৱাওক। 

উত্তৰঃ


প্রশ্ন ৫ : শোণিত কুঁৱৰী নাটকৰ কোনটো চৰিত্ৰ আপোনাৰ আটাইতকৈ প্রিয়? নাটকখনিত সেই চৰিত্ৰটোৰ ভূমিকা সম্পর্কে আলোচনা কৰক । 

উত্তৰঃ


প্রশ্ন ৬ : শোণিত কুঁৱৰী নাটকৰ পুৰুষ চৰিত্ৰকেইটিৰ বিষয়ে আলোচনা কৰি কোনটো চৰিত্ৰক ‘নায়ক’ বুলি অভিহিত কৰিব পাৰি তাৰ এটি বিশ্লেষণ আগবঢ়াওক। 

উত্তৰঃ


প্রশ্ন ৭ : চিত্ৰলেখা চৰিত্ৰটিত ত্যাগৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে নাটকখনিৰ কাহিনীৰ আধাৰত বিচাৰ কৰক। 

উত্তৰঃ


প্রশ্ন ৮ : শোণিত কুঁৱৰী নাটকৰ কুঁজী, গণক আৰু নাপিতে কি নাট্য প্রয়োজন সাধন কৰিছে। আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন ৯ : অসমীয়া নাট্য-সাহিত্যলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে এটি প্রবন্ধ যুগুত কৰক।

উত্তৰঃ



Type By- Janmoni Hazarika