অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰ- ১

অধ্য়ায়- ১৩


বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

(ক) সংস্কৃতমূলীয় শব্দবোৰ কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ


(ক) অসমীয়া ভাষাত তৎসম শব্দৰ সংখ্যা বেছি নে তদ্ভৱ শব্দৰ ?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : চমুটোকা লিখক

             তৎসম শব্দ, সংস্কৃত বা আৰ্যমূলীয় শব্দ, তদ্ভৱ শব্দ ।


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া শব্দমালাৰ মূল বা উৎসসমূহ নিৰ্ণয় কৰক। সেই সেই মূলৰ পৰা অহা শব্দৰ উপযুক্ত উদাহৰণেৰে এটি সম্পূৰ্ণ টোকা যুগুতাই উলিয়াওক।

উত্তৰঃ


প্রশ্ন ২ : “অসমীয়া ভাষাত তদ্ভৱ শব্দৰ সংখ্যাই বেছি।”— এই বিষয়ে ভাষাতত্ত্ববিদসকলে আগবঢ়োৱা যুক্তি বিচাৰ কৰি এটি টোকা প্ৰস্তুত কৰক।

উত্তৰঃ


প্রশ্ন ৩ : তদ্ভৱ শব্দ বুলিলে কি বুজে? অসমীয়া ভাষাৰ তদ্ভৱ শব্দ সম্পর্কে উদাহৰণসহ এটি নিবন্ধ যুগুত কৰক।

উত্তৰঃ



Type By- Janmoni Hazarika