অসমীয়া ভাষাৰ উপভাষা

অধ্য়ায়- ১৫


বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—

(ক) উপভাষা বুলিলে কি বুজে? 

উত্তৰঃ


(খ) ভাষাবিদ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ উপভাষাক কেনেদৰে শ্ৰেণীবিভাগ কৰিছে? 

উত্তৰঃ


(গ) মধ্য অসমৰ উপভাষা বুলিলে কোন ঠাইৰ ভাষাৰ কথা বুজা যায় ?

উত্তৰঃ


প্রশ্ন ২ : কামৰূপী উপভাষাৰ স্বকীয়তা কি?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া ভাষাৰ উপভাষাগত পার্থক্য সৃষ্টিৰ অন্তৰালত কেনেধৰণৰ কাৰক জড়িত হৈ আছে আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ২ : টোকা লিখক-

ক) গোৱালপৰীয়া উপভাষাৰ আঞ্চলিক পার্থক্য

উত্তৰঃ


খ) নৃগোষ্ঠীয় উপভাষা

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া ভাষাৰ উপভাষা কেইপ্ৰকাৰৰ আৰু কি কি? প্ৰতিবিধৰে পৰিচয় দাঙি ধৰক । 

উত্তৰঃ


প্রশ্ন ২ : মধ্য অসমৰ উপভাষা বুলিলে কোন ঠাইৰ ভাষাৰ কথা বুজা যায়? এই উপভাষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ঃ কোনবোৰ বৈশিষ্ট্যই গোৱালপৰীয়া উপভাষাক এটা সুকীয়া উপভাষা ৰূপে প্ৰতিপন্ন কৰিছে? 

উত্তৰঃ


প্রশ্ন ৪ : কামৰূপী উপভাষাৰ স্থানীয় পার্থক্য সম্পৰ্কে এটা আলোচনা যুগুত কৰক।উত্তৰঃ

উত্তৰঃ

 

প্রশ্ন ৫ : উপভাষাৰ অধ্যয়ন হোৱাটো কিয় প্রয়োজনীয় অসমীয়া ভাষাৰ উপভাষাৰ আধাৰত আলোচনা কৰক।

উত্তৰঃ



Type By- Janmoni Hazarika