ভবেন্দ্ৰ নাথ শইকীয়া ঃ ঢোৰাসাপ

অধ্য়ায়- ১০


ক) বস্তুধর্মী প্রশ্ন (৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক— 

ক) ভবেন্দ্ৰ নাথ শ‍ইকীয়াই ক'ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ?

উত্তৰঃ


খ) মনোমোহনে জানেকীক এৰি কাৰ মোহত পৰিছিল ?

উত্তৰঃ


গ) লীলাকান্তই জানেকীক মৰমৰ চিনস্বৰূপে কি দিছিল ?

উত্তৰঃ


প্রশ্ন ২ :শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক—

ক) ঢোৰাসাপ গল্পটিৰ কেন্দ্ৰবিন্দু হৈছে জানেকী আৰু লীলাকান্তই তাইক দিয়া চাদৰখন । 

উত্তৰঃ


খ) লীলাকান্তৰ পত্নীয়ে যুৰীয়া ফটোখন সুমুৱাই থৈছিল 'ব্ৰহ্মাণ্ডৰ লীলা' নামৰ হাতেলিখা পুথিখনৰ মাজত ।

উত্তৰঃ


খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ভবেন্দ্র নাথ শ‍ইকীয়াৰ জীৱন আৰু কৃতিৰ বিষয়ে চমুকৈ লিখক।

উত্তৰঃ


প্রশ্ন ২ : ভবেন্দ্র নাথ শ‍ইকীয়াৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক।

উত্তৰঃ


গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘ঢোৰাসাপ’ চুটিগল্পটোৰ নাৰী চৰিত্ৰকেইটাৰ বিশ্লেষণ আগবঢ়াওক ।

উত্তৰঃ


প্রশ্ন ২ : অসমীয়া গল্প-সাহিত্যৰ বুৰঞ্জীত ভবেন্দ্ৰ নাথ শ‍ইকীয়াৰ স্থান নিৰূপণ কৰক ৷

উত্তৰঃ


প্রশ্ন ৩ : ‘ঢোৰাসাপ’চুটিগল্পটোত থকা জানেকী চৰিত্ৰটোৰ বিষয়ে এটা আলোচনা আগবঢ়াওক ৷

উত্তৰঃ


প্রশ্ন ৪ : ‘ঢোৰাসাপ’ চুটিগল্পটোত চিত্ৰিত হোৱা পুৰুষ চৰিত্ৰকেইটাৰ বিশ্লেষণ আগবঢ়াওক ।

উত্তৰঃ



Type By- Janmoni Hazarika