ত্ৰিপুৰাত মদন পূজাৰ আড়ম্বৰ আৰু মোট খোলাৰ কৌতুক

অধ্য়ায়- ৭ 


ক) বস্তুধর্মী প্রশ্ন (৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ত্ৰিপুৰা বুৰঞ্জীৰ সম্পাদক কোন?

উত্তৰঃ


প্রশ্ন ২ : ত্ৰিপুৰাত কোনখন নদীৰ পাৰত মোট খেলা অনুষ্ঠিত হৈছিল?

উত্তৰঃ


প্রশ্ন ৩ ত্ৰিপুৰালৈ যোৱা অসমীয়া কটকী দুজনৰ নাম কি? 

প্রশ্ন ৩


প্রশ্ন ৪ : মোট খেলাৰ দিনা ত্ৰিপুৰাৰ ৰজাই নগৰৰ নাৰীসকললৈ কি দলিয়াইছিল?

প্রশ্ন ৩


প্রশ্ন ৫ : অসমৰ কটকী দুজনে ত্ৰিপুৰাত কেনে ধৰণৰ মোটেৰে পানী মৰামৰি কৰিছিল?

প্রশ্ন ৩


প্রশ্ন ৬ : মদন পূজাত কাৰ মূৰ্তি স্থাপন কৰা হৈছিল ?

প্রশ্ন ৩


খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : কটকী বুৰঞ্জী কাক বোলে? উদাহৰণ দাঙি ধৰক।

প্রশ্ন ৩


প্রশ্ন ২ : প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰক ------

            কোনোসকলে আপুনিও বোলাই পিন্ধিছিলে। পাছে ৰাজা ভিতৰলৈ গ'ল। আনো সকল                ঘৰাঘৰি গ'ল। আমাৰ কটকীও বহালৈ আহিল।

প্রশ্ন ৩


গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমৰ বুৰঞ্জী সাহিত্য সম্পৰ্কে এটা আলোচনা যুগুত কৰক।

উত্তৰঃ


প্রশ্ন ২ : ত্ৰিপুৰা বুৰঞ্জীৰ পৰিচয় দাঙি ধৰি অসমীয়া সাহিত্যৰ ইতিহাসত বুৰঞ্জীখনৰ গুৰুত্ব কেনে ধৰণৰ আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ : ‘ত্ৰিপুৰাত মদন পূজাৰ আড়ম্বৰ আৰু মোট খেলাৰ কৌতুক' পাঠটোত ত্ৰিপুৰাৰ সামাজিক- সাংস্কৃতিক দিশৰ ছবি কেনেদৰে স্পষ্ট হৈছে সেয়া আলোচনা কৰি দেখুৱাওক।

উত্তৰঃ


প্রশ্ন ৪ : ত্ৰিপুৰাৰ ৰজাৰ সাজসজ্জাৰ এটা বিৱৰণ পাঠৰ আধাৰত তুলি ধৰক ।

উত্তৰঃ


প্রশ্ন ৫ : বুৰঞ্জীৰ গদ্যৰ বৈশিষ্ট্যসমূহ উদাহৰণসহ আলোচনা কৰক।

উত্তৰঃ



Type By -Janmoni Hazarika