যোগাযোগ তত্ত্ব দৃষ্টিভংগী আৰু সিদ্ধান্ত গ্ৰহণকাৰী দৃষ্টিভঙ্গী

অধ্য়ায়- ৫

ক) বস্তুধর্মী প্রশ্ন প্রশ্ন ১: যোগাযোগ তত্ত্ব দৃষ্টিভংগীটোৰ উন্নতি সাধন কৰি কোনে ৰাজনীতি বিজ্ঞানত ইয়াক প্রয়োগ কৰিছিল ?

উত্তৰঃ প্রশ্ন ২ : লীড' মানে কি?

উত্তৰঃ প্রশ্ন ৩ : সিদ্ধান্ত গ্ৰহণকাৰী দৃষ্টিভঙ্গীটোৰ সৈতে জড়িত এজন পণ্ডিতৰ নাম উল্লেখ কৰক।

উত্তৰঃ প্রশ্ন ৪ : সিদ্ধান্ত গ্ৰহণকাৰী প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা দিশ উল্লেখ কৰক ৷

উত্তৰঃ খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : যোগাযোগ তত্ত্ব দৃষ্টিভংগীটোৰ সমালোচনাসমূহ লিখক।

উত্তৰঃ প্রশ্ন ২ : লোড, লেগ, গেইন আৰু লীডৰ বিষয়ে লিখক।

উত্তৰঃ গ) ৰচনাধৰ্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : যোগাযোগ তত্ত্ব দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰক। যোগাযোগ তত্ত্ব দৃষ্টিভংগীৰ সমালোচনাসমূহৰ বিষয়ে লিখক।

উত্তৰঃ প্রশ্ন ২ : সিদ্ধান্ত গ্ৰহণকাৰী দৃষ্টিভঙ্গীৰ বিষয়ে আলোচনা কৰক । সিদ্ধান্ত গ্ৰহণকাৰী দৃষ্টিভঙ্গীৰ সমালোচনাসমূহৰ বিষয়ে লিখক।

উত্তৰঃ



Question Type By- Parina Hazarika