ৰাজনৈতিক বিশ্লেষণৰ পৰম্পৰাগত দৃষ্টিভঙ্গী

(দাৰ্শনিক আৰু ঐতিহাসিক দৃষ্টিভঙ্গী)

অধ্যায়- ১

ক) বস্তুধর্মী প্রশ্ন 

প্রশ্ন ১ : ৰাজনৈতিক বিশ্লেষণৰ আটাইতকৈ প্ৰাচীন দৃষ্টিভঙ্গী কোনটো ?

উত্তৰঃ 

প্রশ্ন ২: ৰাজনৈতিক বিশ্লেষণৰ দাৰ্শনিক দৃষ্টিভঙ্গীৰ এজন পৃষ্ঠপোষক আৰু ঐতিহাসিক দৃষ্টিভঙ্গীৰ এজন পৃষ্ঠপোষকৰ নাম উল্লেখ কৰক।

উত্তৰঃ 

প্রশ্ন ৩ : কোনটো দৃষ্টিভংগীয়ে শুদ্ধ আৰু অশুদ্ধ মান নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ? 

উত্তৰঃ 

প্রশ্ন ৪ : চাৰ জন চিলী ৰচিত “ইন্ট্রোডাকশন্ টু পলিটিকেল চাইন্স” (“Introduction to Political Science") কোনটো দৃষ্টিভঙ্গীৰ সৈতে জড়িত ? 

উত্তৰঃ 

খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : ৰাজনৈতিক বিশ্লেষণৰ পৰম্পৰাগত দৃষ্টিভঙ্গীসমূহৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰক । 

উত্তৰঃ 

প্রশ্ন ২ : ৰাজনৈতিক বিশ্লেষণৰ ঐতিহাসিক দৃষ্টিভঙ্গীৰ বিষয়ে আলোচনা কৰক ৷

উত্তৰঃ

গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ঃ পৰম্পৰাগত দৃষ্টিভঙ্গীৰ অৰ্থ ব্যাখ্যা কৰক । ৰাজনৈতিক বিশ্লেষণৰ পৰম্পৰাগত দৃষ্টিভঙ্গীসমূহৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক ।

উত্তৰঃ                                                                                                                                                            

প্রশ্ন ২ : ৰাজনৈতিক বিশ্লেষণৰ ঐতিহাসিক দৃষ্টিভঙ্গী বিষয়ে আলোচনা কৰক। ঐতিহাসিক দৃষ্টিভঙ্গীৰ সীমাবদ্ধতাসমূহ লিখক। 

উত্তৰঃ



Question Type By- Parina Hazarika