গণতন্ত্ৰৰ সমসাময়িক ধাৰণাসমূহঃ উদাৰনৈতিক গণতন্ত্ৰ আৰু মাক্সীয় গণতন্ত্ৰ

অধ্য়ায়- ৬

(ক) বস্তুধৰ্মী প্ৰশ্ন

প্ৰশ্ন ১ঃ কোনে উদাৰনৈতিক গণতান্ত্ৰিক ভাৱধাৰৰ লগত প্ৰতিনিধিত্বমূলক চৰকাৰৰ সংমিশ্ৰণৰ বাবে মত পেষণ কৰিছিল ?

উত্তৰঃ

প্রশ্ন ২ঃ মার্ক্সৰ মতে সমাজবাদী গণতন্ত্র কোনটো শ্ৰেণীৰ দ্বাৰা পৰিচালিত হ'ব?

উত্তৰঃ

প্রশ্ন ৩ঃ কমিউনিষ্ট এক দলীয় আৰ্হি গ্ৰহণ কৰা দুখন দেশৰ নাম উল্লেখ কৰক ।

উত্তৰঃ

(খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ঃ উদাৰনৈতিক গণতন্ত্ৰৰ চাৰিটা বৈশিষ্ট্য লিখক।

উত্তৰঃ

প্রশ্ন ২ঃ মার্ক্সৰ সমাজবাদী গণতন্ত্ৰৰ ‘সাম্যবাদী' (commune) ব্যৱস্থাৰ বিষয়ে লিখক।

উত্তৰঃ

প্রশ্ন ৩ঃ উন্নয়নশীল ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা গণতান্ত্রিক পদ্ধতিৰ আৰ্হি বহলাই লিখক।

উত্তৰঃ (গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ঃ উদাৰনৈতিক গণতন্ত্ৰৰ অৰ্থ আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰক । উত্তৰঃ

প্রশ্ন ২ঃ মার্ক্সীয় গণতন্ত্ৰৰ অৰ্থ আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰক ।

উত্তৰঃ


Question Type By- Parina Hazarika