চৰকাৰৰ অঙ্গসমূহ

অধ্য়ায়- ৭ 

ক) বস্তুধর্মী প্রশ্ন- প্রশ্ন ১ : চৰকাৰৰ প্ৰধান আৰু গুৰুত্বপূৰ্ণ বিভাগ তিনিটা কি কি?

উত্তৰঃ

প্রশ্ন ২ : নামমাত্র কার্যপালিকা মানে কি ?

উত্তৰঃ

প্রশ্ন ৩ : ক্ষমতাৰ পৃথকীকৰণ তত্ত্বৰ তিনিটা উদ্দেশ্য কি কি?

উত্তৰঃ

খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ৰাজনৈতিক আৰু অৰাজনৈতিক কাৰ্যপালিকা আৰু সংসদীয় আৰু ৰাষ্ট্ৰপতীয় কার্যপালিকাৰ বিষয়ে এটি চমুটোকা লিখক।

উত্তৰঃ প্রশ্ন ২ : ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ বাবে থকা উপায়সমূহৰ বিষয়ে সংক্ষেপে লিখক।

উত্তৰঃ

প্রশ্ন ৩ : ক্ষমতাৰ পৃথকীকৰণ তত্ত্বৰ মূল নীতিসমূহৰ বিষয়ে সংক্ষেপে লিখক ।

উত্তৰঃ

গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ক্ষমতাৰ পৃথকীকৰণ তত্ত্বৰ বিষয়ে আলোচনা কৰক। এই তত্ত্বৰ বিপক্ষে থকা সমালোচনাসমূহ ব্যাখ্যা কৰক।

উত্তৰঃ

প্রশ্ন ২ : বিধানমণ্ডলৰ কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰক ।

উত্তৰঃ

প্রশ্ন ৩ : কাৰ্যপালিকাৰ কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰক ।

উত্তৰঃ


Question Type By- Parina Hazarika