ৰাজনৈতিক বিশ্লেষণৰ আধুনিক দৃষ্টিভঙ্গী

অধ্য়ায়- ৩

ক) বস্তুধর্মী প্রশ্ন প্রশ্ন ১ : চাৰিজন আচৰণবাদীৰ নাম উল্লেখ কৰক।

উত্তৰঃ প্রশ্ন ২: আচৰণবাদীসকলে ব্যৱহাৰ কৰা যিকোনো দুটা আহিলা উল্লেখ কৰক।

উত্তৰঃ

প্রশ্ন ৩ : ১৯৬৯ খৃঃত অনুষ্ঠিত আমেৰিকান ৰাজনীতি বিজ্ঞান সন্মিলনৰ বাৰ্ষিক অধিবেশনত কোনজন সভাপতিৰ ভাষণে পৰৱৰ্তী আচৰণবাদৰ উত্থানৰ পথ সুচল কৰে ?

উত্তৰঃ

প্রশ্ন ৪ : কোনটো আধুনিক দৃষ্টিভঙ্গীয়ে মূল্যবোধৰ ওপৰত পুনৰবাৰ পৰিচয় কৰাই দিয়াৰ প্রচেষ্টা চলাইছিল?

উত্তৰঃ

খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : আচৰণবাদৰ চাৰিটা মুখ্য বৈশিষ্ট্য ব্যাখ্যা কৰক।

উত্তৰঃ

প্রশ্ন ২ : পৰৱৰ্তী আচৰণবাদী দৃষ্টিভঙ্গীয়ে মূল্যবোধৰ ওপৰত পুনৰবাৰ পৰিচয় কৰাই দিয়াৰ প্ৰচেষ্টাৰ বিষয়ে লিখক।

উত্তৰঃ

গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : আচৰণবাদ দৃষ্টিভঙ্গীৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ

প্রশ্ন ২ : পৰৱৰ্তী আচৰণবাদী দৃষ্টিভঙ্গীৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ


Question Type By- Parina Hazarika