চৰকাৰৰ প্ৰকাৰ- এককেন্দ্ৰীক আৰু যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ

অধ্য়ায়- ৮

ক) বস্তুধৰ্মী প্ৰশ্ন

প্ৰশ্ন ১ঃ এককেন্দ্ৰীক পদ্ধতিৰ চৰকাৰৰ প্ৰচলন থকা দুখন দেশৰ নাম উল্লেখ কৰক।

উত্তৰঃ

প্ৰশ্ন ২ঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰৰ প্ৰচলন থকা দুখন দেশৰ নাম উল্লেখ কৰক।

উত্তৰঃ

খ) চুটি প্ৰশ্ন ( ১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক )

প্ৰশ্ন ১ঃ এককেন্দ্ৰীক পদ্ধতিৰ চৰকাৰৰ চাৰিটা বৌশিষ্ট্য উল্লেখ কৰক।

উত্তৰঃ

প্ৰশ্ন ২ঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰৰ চাৰিটা গুণ উল্লেখ কৰক।

উত্তৰঃ

গ) ৰচনাধৰ্মী প্ৰশ্ন ( ৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক )

প্ৰশ্ন ১ঃ এককেন্দ্ৰীক পদ্ধতিৰ চৰকাৰৰ গুণ আৰু দোষসমূহ ব্যাখ্যা কৰক।

উত্তৰঃ

প্ৰশ্ন ২ঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰক।

উত্তৰঃ



Question Type By- Parina Hazarika