অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব

অধ্য়ায়-৩

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

ক) বিশিষ্ট ধ্বনি কাক বোলে ?

উত্তৰঃ


খ) / আ/ ধ্বনিৰ উচ্চাৰণত জিভাখন কেনেকুৱা হৈ থাকে? 

উত্তৰঃ


প্রশ্ন ২ : শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক—

ক) অসমীয়া ভাষাৰ কণ্ঠনালীয় বিশিষ্ট ব্যঞ্জনধ্বনিটো হ'ল - 'হ'

উত্তৰঃ


খ) উপধ্বনিবোৰৰ আলোচনাৰ মূল দিশ চাৰিটা ।

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : চমুটোকা লিখক – দ্বিস্বৰধ্বনি, অল্পপ্রাণ আৰু মহাপ্রাণ ধ্বনি, স্পর্শ ধ্বনি, নাসিক্য ধ্বনি, পার্শ্বিক ধ্বনি, কম্পিত ধ্বনি, উষ্ম ধ্বনি, ওষ্ঠ্য ধ্বনি, কণ্ঠ্য ধ্বনি, কণ্ঠ্যনালীয় ধ্বনি, দন্তমূলীয় ধ্বনি, শ্রুতি ধ্বনি।

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া স্বৰধ্বনিৰ তালিকা এখন কৰি সিবোৰৰ সৈতে থকা আখৰৰ পাৰ্থক্যবোৰ ফঁহিয়াই দেখুৱাওক।

উত্তৰঃ


প্রশ্ন ২ : অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি? জিভাৰ অংশ, উচ্চতা আৰু ওঁঠৰ আকৃতি অনুযায়ী অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰৰ এখন তালিকা যুগুত কৰক। এই বিশিষ্ট স্বৰধ্বনি কেইটা লিখিবলৈ অসমীয়াত কি কি আখৰ ব্যৱহাৰ কৰা হয়, তাক একাদিক্ৰমে লিখি দেখুৱাওক ।

উত্তৰঃ


প্রশ্ন ৩ : ব্যঞ্জনধ্বনি কাক বোলে? অসমীয়া বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা আৰু কি কি? উচ্চাৰণৰ স্থান আৰু ধৰণ অনুসাৰে সিবোৰৰ এখন তালিকা প্রস্তুত কৰক। এই বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা লিখিবলৈ অসমীয়াত কি কি আখৰ ব্যৱহাৰ কৰা হয়, একাদিক্রমে লিখক।

উত্তৰঃ



Type By- Bikash Bora