ব্যাকৰণৰ সাধাৰণ পৰিচয়

অধ্য়ায়-১

প্ৰশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক-

(ক) পাণিনিয়ে ৰচনা কৰা ব্য়াকৰণ পুথিখনৰ নাম কি?

উত্তৰঃ


(খ) পৰম্পৰাগত ব্য়াকৰণ ব্য়াখ্য়ামূলক, আনহাতে আধুনিক ব্য়াকৰণ বৰ্ণনাত্মক- কথাষাৰ শুদ্ধ নে অশুদ্ধ।

উত্তৰঃ


(গ) কালিৰাম মেধিয়ে ৰচনা কৰা ব্যাকৰণখনৰ নাম কি আৰু কেতিয়া প্রথম প্রকাশ পাইছিল?

উত্তৰঃ


প্রশ্ন ২ : ব্যাকৰণৰ যিকোনো দুটি সংজ্ঞা দিয়ক।

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : ব্যাকৰণ শব্দৰ ব্যুৎপত্তিগত অৰ্থৰ বিষয়ে চমু আলোচনা আগবঢ়াওক।

উত্তৰঃ


প্রশ্ন ২ : পৰম্পৰাগত ব্যাকৰণ আৰু আধুনিক ব্যাকৰণ কাক বোলে ? দুয়োটাৰে পাৰ্থক্য নির্ণয় কৰক।

উত্তৰঃ


প্রশ্ন ৩ : ব্যাকৰণ প্রধানতঃ কেইপ্ৰকাৰৰ আৰু কি কি? যিকোনো দুই প্রকাৰৰ ব্যাকৰণৰ বিষয়ে চমুকৈ আলোচনা কৰক ।

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : ব্যাকৰণৰ উপাদান বুলিলে কি বুজা যায়? ব্যাকৰণৰ উপাদানসমূহৰ বিষয়ে এটি প্রবন্ধ যুগুত কৰক।

উত্তৰঃ


প্রশ্ন ২ : অসমীয়া ব্যাকৰণৰ ইতিহাস নিৰ্ণয় কৰক।

উত্তৰঃ


প্রশ্ন ৩ : ইংৰাজী ভাষাৰ মাধ্যমত লিখা অসমীয়া ভাষাৰ ব্যাকৰণ কেইখনৰ বিষয়ে এটি টোকা লিখক ।

উত্তৰঃ



Type By- Bikash Bora