বাক্যতত্ত্ব সাধাৰণ পৰিচয়

অধ্য়ায়-৯

প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক

ক) 'বাক্য়তত্ত্ব' বুলিলে কি বুজা যায়?

উত্তৰঃ


খ) 'সাধনগত যোগ্য়তা' মানে কি?

উত্তৰঃ


গ) 'পদৰ আসত্তি' বুলিলে কি বুজে?

উত্তৰঃ


ঘ) বাক্য় হ'বলৈ হ'লে কি কি গুণ থাকিব লাগে?

উত্তৰঃ


চুটি প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ বাক্য়তত্ত্বৰ আলোচনাত কোনবোৰ দিশ বিশ্লেষণ কৰা হয় আলোচনা কৰক।

উত্তৰঃ


প্ৰশ্ন ২ঃ 'পদৰ যোগ্য়তা' সম্পৰ্কে চমুকৈ আলোচনা আগবঢ়াওক।

উত্তৰঃ


প্ৰশ্ন ৩ঃ বাক্য়ৰ 'আন্তঃকেন্দ্ৰিক গঠন' মানে কি উদাহৰণ দি বুজাই লিখক।

উত্তৰঃ


ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ বাক্য় গঠন প্ৰক্ৰিয়াত পদৰ আকাংক্ষা, যোগ্য়তা আৰু আসত্তিৰ গুৰুত্ব কিমান? অসমীয়া ভাষাৰ উদাহৰণসহ বৰ্ণনা কৰক।

উত্তৰঃ


প্ৰশ্ন ২ঃ বাক্য়ৰ গঠন প্ৰক্ৰিয়া সম্পৰ্কে উদাহৰণসহ আলোচনা আগবঢ়াওক।

উত্তৰঃ


প্ৰশ্ন ৩ঃ প্ৰাচ্য় আৰু প্ৰাশ্চত্য়ত বাক্য়তত্ত্ব চৰ্চা ইতিহাস সম্পৰ্কে এটি টোকা প্ৰস্তু কৰক।

উত্তৰঃ


প্ৰশ্ন ৪ঃ বাক্য়তত্ত্ব বুলিলে কি বুজা? বাক্য়তত্ত্ব আলোচনাত কি কি দিশ অন্তৰ্ভুক্ত হৈ আছে সেই বিষয়ে উদাহৰণসহ এটি প্ৰবন্ধ যুগুত কৰক।

উত্তৰঃ



Type By- Bikash Bora