অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ-২

অধ্য়ায়-৬

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

ক) বচন কাক বোলে ?

উত্তৰঃ


খ) বচন নিৰপেক্ষ ৰূপ বুলিলে কি বুজে ?

উত্তৰঃ


গ) লিংগ কাক বোলে ?

উত্তৰঃ


ঘ) তদর্থক সর্বনাম কি ?

উত্তৰঃ


ঙ) অসমীয়া ভাষাত লিংগ ব্যাকৰণগত বিষয় হয়নে?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া ভাষাত বচন নির্ণয় কেনেদৰে কৰা হয়, আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ২ : অসমীয়া ভাষাৰ তদর্থক সর্বনাম সম্পৰ্কে আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ : বিশেষণ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণসহ বুজাই লিখক।

উত্তৰঃ


প্রশ্ন ৪ : অসমীয়া ভাষাত বিশেষণৰ তাৰতম্য কেনেকৈ প্ৰকাশ কৰা হয়, আলোচনা কৰক।

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : সর্বনাম কাক বোলে ? সর্বনাম কেই প্ৰকাৰ আৰু কি কি? উদাহৰণসহ আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ২ : সৰ্বনামৰ পুৰুষ কেইপ্ৰকাৰৰ আৰু কি কি? ‘আপুনি’ সর্বনাম পদক নাম পুৰুষৰ পদ বুলি কোৱাৰ কি যুক্তি আছে আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ঃ ক্রিয়া কাক বোলে? অসমীয়া ভাষাত ক্ৰিয়াৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰক। 

উত্তৰঃ


প্রশ্ন ৪ : অসমীয়া ক্রিয়া পদৰ পুৰুষকেইটা আৰু কি কি বহলাই উদাহৰণসহ আলোচনা কৰক। 

উত্তৰঃ


প্রশ্ন ৫ : ক্ৰিয়াৰ কাল কাক বোলে? ক্ৰিয়াৰ কাল কেইটা আৰু কি কি উদাহৰণসহ আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৬ : অনুজ্ঞা মানে কি ? অসমীয়া ভাষাত অনুজ্ঞা কেনেদৰে প্ৰকাশ কৰা হয় আলোচনা কৰক । 

উত্তৰঃ


প্রশ্ন ৭ : ধাতু কাক বোলে? অসমীয়া ভাষাৰ ধাতুবোৰক শ্রেণী বিভাজন কৰি আলোচনা কৰক। 

উত্তৰঃ


প্রশ্ন ৮ : বাচ্য শব্দৰ অৰ্থ কি? অসমীয়াত বাচ্য কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণসহ বুজাই লিখক।

উত্তৰঃ


প্রশ্ন ৯ : ক্ৰিয়াৰ ভাব বুলিলে কি বুজে? ক্ৰিয়াৰ ভাব কেই প্ৰকাৰৰ, আলোচনা কৰক ।

উত্তৰঃ



Type By- Bikash Bora