অসমীয়া ভাষাৰ পদ

অধ্য়ায়-১১

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

ক) পদ কাক বোলে ?

উত্তৰঃ


খ) পদ কেইবিধ আৰু কি কি ?

উত্তৰঃ


গ) বিশেষ্য পদক কেইটা আৰু কি কি ভাগত ভাগ কৰা হয়?

উত্তৰঃ


ঘ) ক্রিয়াপদ কাক বোলে ?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : পদৰ শ্ৰেণীবিভাগ কিহৰ কিহৰ ভিত্তিত কৰিব পৰা যায় বুজাই লিখক ।

উত্তৰঃ


প্রশ্ন ২ : বিশেষ্য পদৰ শ্ৰেণী বিভাজন কৰি উদাহৰণ দি একোটাকৈ টোকা প্ৰস্তুত কৰক।

উত্তৰঃ


প্রশ্ন ৩ঃ বিশেষণ পদ কাক বোলে?ই কেই প্ৰকাৰৰ আৰু কি কি ? উদাহৰণসহ আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৪ : চমুটোকা লিখক -

(ক) নামপদ

উত্তৰঃ


(খ) ক্রিয়া বিশেষণ

উত্তৰঃ


(গ) তদর্থক সর্বনাম

উত্তৰঃ


(ঘ) সম্বন্ধবাচক বিশেষ্য

উত্তৰঃ


(ঙ) অনুজ্ঞা ক্রিয়া

উত্তৰঃ


(চ) নঞর্থক ক্রিয়া

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : সর্বনাম পদ কেই প্ৰকাৰৰ আৰু কি কি? ইহঁতক কিহৰ ভিত্তিত শ্ৰেণীবিভাগ কৰা হয় ? সর্বনাম পদৰ তির্যক ৰূপবোৰৰ এখন তালিকা প্রস্তুত কৰক।

উত্তৰঃ


প্রশ্ন ২ : বিশেষণ পদ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণসহ আলোচনা কৰক । লগতে অসমীয়া ভাষাত বিশেষণৰ তাৰতম্য কেনেদৰে দেখুওৱা হয় সেই কথাও বুজাই লিখক ৷

উত্তৰঃ


প্রশ্ন ৩ঃ ক্রিয়াপদ কাক বোলে ? ইয়াৰ শ্ৰেণী বিভাগ কেনেদৰে কৰা হয়? ক্ৰিয়াৰ কাল কি আৰু কেইটা ? অসমীয়া ক্ৰিয়াৰ বিভিন্ন পুৰুষত বিভিন্ন কালত যোগ হোৱা প্ৰত্যয় আৰু বিভক্তিৰ সংযোগ দেখুৱাই এখন তালিকা যুগুত কৰক।

উত্তৰঃ


প্রশ্ন ৪ : অব্যয় পদ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণ দি বুজাই লিখক।

উত্তৰঃ




Type By- Bikash Bora