অসমীয়া ভাষাৰ কাৰক

অধ্য়ায়-১৩

প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—

ক) কৰ্তাকাৰক বুলিলে কি বুজায় ?

উত্তৰঃ


খ) অসমীয়া ভাষাত অপাদান কাৰক চিহ্নিত কৰিবলৈ কি বিভক্তি ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ


গ) অসমীয়াত শুদ্ধ অৰ্থত সম্প্ৰদান কাৰক আছেনে ?


প্রশ্ন ২ : শুদ্ধ নে অশুদ্ধ লিখক

ক) ‘যি বা যিহকে কৰা যায় অৰ্থাৎ ক্ৰিয়াৰ যি ব্যাপ্য' সেইটোৰ নাম কৰ্মকাৰক।

উত্তৰঃ


খ) ক্রিয়াপদৰ লগত হোৱা সম্বন্ধৰ ভিত্তিত অসমীয়া কাৰকক নটা ভাগত ভগাব পাৰি । 

উত্তৰঃ


গ) অসমীয়াত শুদ্ধ অৰ্থত সম্প্ৰদান কাৰক নাই ।

উত্তৰঃ


ঘ) এটা বিভক্তিৰ ঠাইত আন এটা বিভক্তিৰ প্ৰয়োগ অসমীয়া ভাষাৰ অন্যতম স্বতন্ত্র বৈশিষ্ট্য।

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : কাৰক আৰু শব্দ-বিভক্তিৰ সম্পৰ্ক কি?

উত্তৰঃ


প্রশ্ন ২ : কৰ্ম কাৰক সম্পর্কে এটি টোকা প্ৰস্তুত কৰক।

উত্তৰঃ


প্রশ্ন ৩ : তলত দিয়া বোৰৰ একোটাকৈ টোকা প্ৰস্তুত কৰক -

(ক) কৰণ কাৰক

উত্তৰঃ


(খ) অধিৰকণ কাৰক

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : কাৰক কাক বোলে? অসমীয়া ভাষাত কেই প্ৰকাৰৰ কাৰক আছে? প্ৰতিবিধ কাৰকৰ বিষয়ে খৰচি মাৰি আলোচনা কৰক ৷

উত্তৰঃ


প্রশ্ন ২ : অসমীয়া ভাষাত কাৰক সাধনৰ উপায় কি কি? কাৰক অনুসাৰে এই উপায়কেইটাৰ ব্যৱহাৰ দেখুৱাওক ।

উত্তৰঃ


প্রশ্ন ৩ : কাৰক আৰু শব্দ-বিভক্তিৰ সম্পৰ্ক কি? অসমীয়া ভাষাৰ শব্দ-বিভক্তিবোৰৰ এখন তালিকা প্ৰস্তুত কৰি একাধিক উদাহৰণেৰে সেইবোৰৰ প্ৰয়োগ দেখুৱাওক।

উত্তৰঃ



Type By- Bikash Bora