অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ সৈতে বাংলা আৰু উড়িয়া ভাষাৰ তুলনা

অধ্য়ায়-৮

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক-

ক) সাধিত ধাতু কাক বোলে ? 

উত্তৰঃ


খ) ক্ৰিয়াৰ ভাব বুলিলে কি বুজায় ?

উত্তৰঃ


গ) বাংলাৰ বিশেষ্যৰ বিশেষণ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ সাধিত ধাতুসমূহৰ গঠন সম্পর্কে আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ২ : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ ক্ৰিয়াভাব সম্পর্কে এটি তুলনা দাঙি ধৰক।

উত্তৰঃ


প্রশ্ন ৩ : অসমীয়া বাংলা আৰু উড়িয়া ভাষাৰ বচনবাচক প্রাকৃতিসমূহৰ বিষয়ে এটি তুলনামূলক আলোচনা যুগুত কৰক।

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ লিংগৰ স্বৰূপ কেনেধৰণৰ। তিনিওটা ভাষাৰে লিংগ নিৰ্ণয়ৰ ক্ষেত্ৰত দেখা দিয়া মিল-অমিলবোৰ ফঁহিয়াই বুজাই লিখক ।

উত্তৰঃ


প্রশ্ন ২ : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ বিশেষণৰ প্ৰকাৰভেদ সম্পর্কে লিখি তিনিওটা ভাষাৰে বিশেষণৰ তাৰতম্যৰ পাৰ্থক্যসমূহ উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন ৩ : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ শব্দ বিভক্তিৰ এটি তুলনামূলক আলোচনা দাঙি ধৰক ।

উত্তৰঃ


প্রশ্ন ৪ : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ ব্যক্তিবাচক সর্বনামসমূহৰ মিল-অমিল দেখুৱাই এটি আলোচনা আগবঢ়াওক ।

উত্তৰঃ



Type By- Bikash Bora