অসমীয়া ভাষাৰ প্ৰত্যয়

অধ্য়ায়-১৫

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

ক) অসমীয়া ভাষাত স্ত্ৰীপ্ৰত্যয় কেইটা আৰু কি কি ?

উত্তৰঃ


খ) অসমীয়া ভাষাৰ সৰ্গসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ?

উত্তৰঃ


গ) সৰ্গ বুলিলে কি বুজে ?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : তদ্ধিত প্রত্যয়ৰ সংযোগত শব্দৰ শ্ৰেণী পৰিৱৰ্তন হোৱা দহটা শব্দ লিখক।

উত্তৰঃ


প্রশ্ন ২ : অসমীয়া ভাষাৰ বহুবচনাত্মক প্রত্যয়বোৰ কি কি? আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন ৩ : জোৰ বুজোৱা প্ৰত্যয় বুলিলে কি বুজে ? অসমীয়া ভাষাৰ জোৰ বুজোৱা প্ৰত্যয় সম্পর্কে এটা টোকা যুগুত কৰক ।

উত্তৰঃ


প্রশ্ন ৪ : তলত দিয়া শব্দসমূহ ভাঙি দেখুৱাওক আৰু কি প্ৰত্যয় যোগ হৈছে লিখক – মাৰি, খুলীয়া, দলীয়, তামী, কামিলা, মেলুৱৈ, ভঙুৱা, যুৰীয়া, দুখুনী, পেটুলা, ৰণুৱা, জপনা নাটনি, বিলনীয়া, চোৰাঙ, ৰুগীয়া, পনীয়া, উৰুঙা, নাহৰণি, যুঁজাৰু।

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া ভাষাত বচন আৰু লিংগ ব্যাকৰণগত বিষয় হয়নে? অসমীয়া ভাষাৰ বচন আৰু লিঙ্গ নিৰূপক প্রত্যয়ৰ উদাহৰণসহ আলোচনা আগবঢ়াওক ।

উত্তৰঃ


প্রশ্ন ২ : অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্রত্যয় সম্পর্কে উদাহৰণসহ আলোচনা আগবঢ়াওক ।

উত্তৰঃ


প্রশ্ন ৩ : অৱস্থানগত প্রত্যয় মানে কি? অসমীয়া ভাষাৰ অৱস্থানগত প্রত্যয় সম্পর্কে বহলাই আলোচনা যুগুত কৰক।

উত্তৰঃ


প্রশ্ন ৪ : স্ত্রী-প্রত্যয় মানে কি? অসমীয়া ভাষাৰ স্ত্ৰী-প্রত্যয়ৰ বিষয়ে উদাহৰণসহ এটি প্রবন্ধ প্রস্তুত কৰক।

উত্তৰঃ


প্রশ্ন ৫ : অসমীয়া ভাষাৰ স্বাৰ্থিক প্রত্যয়ৰ বিষয়ে উদাহৰণসহ এটি প্রবন্ধ যুগুত কৰক ৷

উত্তৰঃ




Type By- Bikash Bora