পীতাম্বৰ--চিত্ৰলেখাৰ পট নিৰ্মাণ

অধ্য়ায়--৬


বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : কবি পীতাম্বৰে কোন গৰাকী ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?

উত্তৰঃ

প্রশ্ন ২ : ‘চিত্ৰলেখাৰ পট নির্মাণ' কবিতাটি পীতাম্বৰৰ কোনখন কাব্যৰপৰা লোৱা হৈছে?

উত্তৰঃ

প্রশ্ন ৩ : ঊষাৰ পিতৃ বান কোনখন ৰাজ্যৰ ৰজা আছিল ?

উত্তৰঃ

প্রশ্ন ৪ : বাণে ঊষাক অৱৰোধ কৰি ৰখা গড়টোৰ নাম কি আছিল ?

উত্তৰঃ

প্রশ্ন ৫ : চিত্রলেখাই কিমানদিনৰ ভিতৰত পট নিৰ্মাণ কৰি উলিয়াইছিল ?

উত্তৰঃ

চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘চিত্ৰলেখাৰ পট নির্মাণ' কবিতাটিত চিত্ৰলেখাই স্বৰ্গৰ কোন কেইগৰাকী দেৱতাৰ চিত্ৰ অংকন কৰিছে উল্লেখ কৰক ।

উত্তৰঃ

প্রশ্ন ২ : ‘চিত্ৰলেখাৰ পট নিৰ্মাণ' কবিতাটিত চিত্ৰলেখাই মৰ্ত্ত বা পৃথিৱীৰ কাৰ কাৰ ছবি অংকন কৰিছে উল্লেখ কৰক ।

উত্তৰঃ

প্রশ্ন ৩ : পীতাম্বৰৰ কবিতাটিত শ্ৰীকৃষ্ণৰ ৰূপ আৰু গুণৰ বৰ্ণনা কেনেদৰে দিয়া হৈছে চমুকৈ আলোচনা কৰক।

উত্তৰঃ

প্রশ্ন ৪ : চমুটোকা লিখক –

ক) চিত্রলেখা

খ) ঊষা-পৰিণয়

গ) মনসা সাহিত্য

ঘ) ঊষা


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘চিত্ৰলেখাৰ পট নিৰ্মাণ’নামৰ কবিতাটিৰ কবি গৰাকীৰ চমু পৰিচয় দি তেওঁৰ সাহিত্যকৃতিৰ বিষয়ে আলোচনা কৰক ৷

উত্তৰঃ

প্রশ্ন ২ : চিত্রলেখাই স্বর্গ, মর্ত্য, পাতাল এই ত্ৰিভুৱনৰ চিত্ৰ কেনেদৰে অংকন কৰিছে তাৰ এটি বিৱৰণ দাঙি ধৰক । -

উত্তৰঃ

প্রশ্ন ৩ : ‘চিত্ৰলেখাৰ পট নির্মাণ' কবিতাটিত ঊষা আৰু চিত্ৰলেখাৰ সখীত্ব সম্পৰ্কৰ চিত্ৰখনি কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰক ।

উত্তৰঃ