নৱকান্ত বৰুৱা

অধ্য়ায়-১২


বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

(ক) নৱকান্ত বৰুৱাই কোনখন কাকতৰ যোগেদি কবিৰূপে আত্মপ্রকাশ কৰিছিল ?

উত্তৰঃ


(খ) ‘পলাশৰ জুই নুমাল এতিয়া' বুলি কৈ কবিয়ে কি বুজাবলৈ বিচাৰিছে?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰক

            ক) উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা। 

                  আমাৰ পলসে সাৰুৱা কৰক কলঙৰ দুটি কূল !

উত্তৰঃ

          খ) সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত 

               জাতিস্মৰৰ হাঁহি উঠা সাধু।

উত্তৰঃ

        গ) আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ সীলুত

            আমি সাৰ পাম ৷


ৰচনাধৰ্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : আধুনিক অসমীয়া কাব্য সাহিত্যত নৱকান্ত বৰুৱাৰ স্থান নিৰ্ণয় কৰি এটি চমু নিবন্ধ যুগুত কৰক ।

উত্তৰঃ


প্রশ্ন ২ : ‘পলস’ কবিতাটোৰ মূল কথাখিনি আপোনাৰ ভাষাত আলোচনা কৰক ৷ 

উত্তৰঃ


প্রশ্ন ৩ : ‘পলস' কবিতাটোত নৱকান্ত বৰুৱাই অতীত আৰু বৰ্তমান যুগৰ সমন্বয় সাধনৰ ছবি অঙ্কন কৰিছে। এই কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰক ।

উত্তৰঃ


প্রশ্ন ৪ : নতুন কবিতাৰ বৈশিষ্ট্য ‘পলস' কবিতাটোত কেনেদৰে ফুটি উঠিছে বৰ্ণনা কৰক ৷ 

উত্তৰঃ


প্রশ্ন ৫ : ‘পলস' শব্দটো কি অৰ্থত ব্যৱহাৰ কৰা হৈছে? আলোচনা কৰক।

উত্তৰঃ



Type By- Janmoni Hazarika