শঙ্কৰদেৱ-বৰ্ষা বৰ্ণন

অধ্য়ায়-৫

৫.৮ আৰ্হি প্ৰশ্ন

বস্তুধৰ্মী প্ৰশ্ন 

প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক---

(ক) শঙ্কৰদেৱৰ মাতৃৰ নাম উল্লেখ কৰক।

উত্তৰঃ

(খ) ক'ত থাকোঁতে শঙ্কৰদেৱৰ লগত নাৰায়ণ দাস ঠাকুৰৰ সাক্ষাৎ হয় ?

উত্তৰঃ 

(গ) শংকৰদেৱে 'অমৃত মথন'ৰ কাহিনীভাগ ক'ৰ পৰা গ্ৰহণ কৰিছিল ?

উত্তৰঃ

(ঘ) দশমৰ  মুঠ কেইটা অধ্য়ায় শংকৰদেৱে অনুবাদ কৰিছিল ?

উত্তৰঃ 

(ঙ) 'ভটিমা'ৰ অৰ্থ কি ?

উত্তৰঃ 


চুটি প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ চমুটোক লিখক-----

(ক) শঙ্কৰদেৱৰ কাব্য়কৃতি।

(খ) শঙ্কৰদেৱৰ গীত ৰচনাসমূহ

(গ) 'বৰ্ষা বৰ্ণন'ত প্ৰকৃতি।


ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ শঙ্কৰদেৱৰ জীৱনৰ সংক্ষিপ্ত বিৱৰণ আগবঢ়াই তেওঁৰ ৰচনাকৃতিসমূহৰ পৰিচয় দিয়ক।

উত্তৰঃ

প্ৰশ্ন ২ঃ 'বৰ্ষা বৰ্ণন'ত কবিয়ে বৰ্ষা ঋতুৰ গুণাগুণৰ বিষয়ে কি কৈছে ?

উত্তৰঃ

প্ৰশ্ন ৩ঃ 'বৰ্ষা বৰ্ণন'ত প্ৰকৃতিয়ে কি ৰূপ পৰিগ্ৰহ কৰে ? আলোচনা কৰক।

উত্তৰঃ

প্ৰশ্ন ৪ঃ 'বৰ্ষা বৰ্ণন'ৰ মাজেদি শংকৰদেৱে কি আধ্য়াত্মিক প্ৰসঙ্গ অবতাৰণা কৰিছে ? আপোনাৰ নিজৰ ভাষাত বিশ্লেষণ কৰক।

উত্তৰঃ


Question Type By- Janmoni Hazarika