ৰঘুনাথ চৌধাৰী

অধ্য়ায়-৯

বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

(ক) ৰঘুনাথ চৌধাৰীয়ে কেতিয়া আৰু ক'ত অনুস্থিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল ?

উত্তৰঃ


(খ) দহিকতৰা কাব্য সংকলনটি কোন চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰক –

           ক) আছিলি নিমাতী হ'ই কত দিন ধৰি

                                        বলিল শীতল বাব

                                        কুৰুৱাই দিলে ৰাৱ

                   আহিল বসন্ত দৰা লাহবাহ কৰি,

                   আদৰি আনিলি তয়ে তুলি সুৱাগুৰি ।

         খ) নাজানো কি গাইছিলি গিৰি কৈলাসত

                                        মদনৰ শৰ ধৰি

                                        কাৰ তপ ভংগ কৰি

           অভিশপ্তা হ'লি তই ভোগ বিলাসত,

            সি হেতু ভ্ৰমিছ নেকি মর্ত্য প্রবাসত?

উত্তৰঃ


প্রশ্ন ২ : ‘দহিকতৰা’ এটি বিহংগ বিষয়ক কবিতা কথাষাৰৰ সত্যাসত্য নিৰূপণ কৰক। 

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ৰঘুনাথ চৌধাৰীৰ সাহিত্যকৃতি সম্পৰ্কে এটি প্রবন্ধ যুগুত কৰক। 

উত্তৰঃ


প্রশ্ন ২ : ৰোমাণ্টিক কবিতা হিচাপে ‘দহিকতৰা' কবিতাটি বিচাৰ কৰক ৷

উত্তৰঃ


প্রশ্ন ৩ : “চৌধাৰী প্ৰাকৃতিক সৌন্দর্য বর্ণনাত সিদ্ধহস্ত।” দহিকতৰা কবিতাটিৰ আধাৰত -এই বক্তব্যটিৰ যুক্তি-যুক্ততা নিৰ্ণয় কৰক।

উত্তৰঃ


Type By- Janmoni Hazarika