অমূল্য় বৰুৱা

অধ্য়ায়- ১১

বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : কেতিয়া আৰু ক'ত অমূল্য বৰুৱাৰ জন্ম হৈছিল ?

উত্তৰঃ


প্রশ্ন ২ : কিশোৰ অমূল্য বৰুৱা কোনখন আলোচনীৰ লগত জড়িত আছিল?

উত্তৰঃ


প্রশ্ন ৩ : অমূল্য বৰুৱাৰ পিতৃ-মাতৃৰ নাম উল্লেখ কৰক ।

উত্তৰঃ


প্রশ্ন ৪ : অমূল্য বৰুৱাই স্কুলীয়া ছাত্ৰ হিচাপে কোন কেইগৰাকী বিশিষ্ট অসমীয়াৰ স্নেহাশীষ লাভ কৰিছিল ?

উত্তৰঃ


প্রশ্ন ৫ : নৱম শ্ৰেণীৰ ছাত্ৰ অমূল্য বৰুৱাই সম্পাদনা কৰা হাতে লিখা সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি?

উত্তৰঃ


প্রশ্ন ৬ : ক'ত পোন প্ৰথমবাৰৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত অমূল্য বৰুৱাৰ সাক্ষাৎ হয়?

উত্তৰঃ


প্রশ্ন ৭ : অমূল্য বৰুৱাৰ ছদ্মনাম কি?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত লিখক)

প্রশ্ন ১ : অমূল্য বৰুৱাৰ কাব্য সাধনাৰ যাত্ৰা ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল ? বুজাই লিখক। 

উত্তৰঃ


প্রশ্ন ২ : কৈশোৰ কালত অমূল্য বৰুৱা কোন কেইগৰাকী কবিৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল ? সেই প্ৰভাৱৰ ফল কি ?

উত্তৰঃ


প্রশ্ন ৩ : ‘আন্ধৰৰ হাহাকাৰ' কবিতাটোত আমি কোনগৰাকী কবি অমূল্য বৰুৱাৰ বিচাৰি পাওঁ ?

উত্তৰঃ


 প্রশ্ন ৪ : প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰক –

            (ক) আকাশৰ পূব প্ৰান্তৰত

                কিবা এটা চাঞ্চল্যৰ মৃদুল স্পন্দন,

                জীৱন-সৃষ্টিৰ এটা নতুন উল্লাস !

                নীলিম আকাশ

                দূৰ-দূৰান্তৰ জিনি নীলা ৰং ঢলা।

উত্তৰঃ

            (খ) ভাবৰ বুকুত

            মুহূৰ্ত্তৰ ভিতৰতে গুৰি কৰি

            লক্ষ লক্ষ শতাব্দীৰ so-called সত্যতাৰ বিলাস বৈভৱ ৷

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত লিখক)

প্রশ্ন ১ : অমূল্য বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে এটি আলোচনা আগবঢ়াওক ৷ 

উত্তৰঃ

প্রশ্ন ২ : কবি হিচাপে সমাজৰ প্ৰতি অমূল্য বৰুৱাৰ দৃষ্টিভংগী কেনেকুৱা আছিল ? ‘আন্ধাৰৰ হাহাকাৰ' কবিতাটোৰ আধাৰত সেই বিষয়ে বহলাই লিখক।

উত্তৰঃ


প্রশ্ন ৩ঃ অসমীয়া কাব্য সাহিত্যত অমূল্য বৰুৱাৰ স্থান নির্ণয় কৰি ‘আন্ধাৰৰ হাহাকাৰ' কবিতাটোৰ বিষয়ে আলোচনা কৰক ।

উত্তৰঃ


Type By- Janmoni Hazarika