কেশৱ মহন্ত 

অধ্য়ায়-১৩

প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক---

(ক) কেশৱ মহন্ত কিমান চনত ভাৰতীয় গণনাট্য় সংঘৰ লগত জড়িত হৈছিল ?

উত্তৰঃ


(খ) কেশৱ মহন্তই ৰচনা কৰা গীতৰ সংকলন কেইখনৰ নাম প্ৰকাশৰ চনসহ লিখক।

উত্তৰঃ


(গ) কেশৱ মহন্তৰ ‘সোণজিৰা মাহীৰ নাড়ী' কবিতাটি এটি সার্থক আধুনিক কবিতা হিচাপে প্রত্যয় যাব পাৰিনে ?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : কেশৱ মহন্তৰ সামাজিক জীৱন আৰু সাংস্কৃতিক জীৱন সম্পৰ্কে চমুকৈ আলোকপাত কৰক।

উত্তৰঃ


প্রশ্ন ২ : ‘সোণজিৰা মাহীৰ নাড়ী' কবিতাটোৰ মূল সূৰ কি ? ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন ৩ : প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰক

            (ক) পেটৰ জুৰণি যদি এমুঠি লখিমী হয়, 

                   বুকুৰ জুৰণি হ'ব, যদি 

                  একেদিনে শেষ হয় বাৰ আষি কঠিয়াৰ ভূঁই।

উত্তৰঃ

           (খ) তিৰাই তৰণীৰ তিনিপুৰা মাটি।

                  বছৰটো খাটি

                 যিখিনি ভাগত পৰে, তাৰে হেনো 

                 শাওণতে টেকেলি-কাতি

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : কেশৱ মহন্তৰ সাহিত্যকৃতি সম্পৰ্কে এটা বিশ্লেষণাত্মক আলোচনা আগবঢ়াওক।

উত্তৰঃ


প্রশ্ন ২ : প্রগতিশীল কাব্য ধাৰাৰ কবিতা হিচাপে ‘সোণজিৰা মাহীৰ নাড়ী' কবিতাটো আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ : ‘সোণজিৰা মাহীৰ নাড়ী'ৰ আধাৰত কবি কেশৱ মহন্তৰ কবি প্ৰতিভাৰ বিচাৰ কৰক ।

উত্তৰঃ


প্রশ্ন ৪ : ‘সোণজিৰা মাহীৰ নাড়ী' কবিতাটিৰ বিষয়বস্তুৰ সম্যক পৰিচয় দাঙি ধৰি আধুনিক কবিতা হিচাপে বিচাৰ কৰক ।

উত্তৰঃ


প্রশ্ন ৫ : ‘সোণজিৰা মাহীৰ নাড়ী' কবিতাটিত সাম্প্রতিক কবিতাৰ কি কি বৈশিষ্ট্য প্রকাশ পাইছে উদাহৰণসহ বিচাৰ কৰক ।

উত্তৰঃ




Type By- Janmoni Hazarika