যোগাযোগ আৰু শিক্ষণ

অধ্যায়- ১১

ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : কথিত আৰু অকথিত যোগাযোগ বুলিলে আপুনি কি বুজে ?

উত্তৰঃ

প্রশ্ন ২ : কথিত আৰু অকথিত যোগাযোগ ব্যৱস্থাৰ পাৰ্থক্যবোৰ উদাহৰণৰ সৈতে বুজায় লিখক ।

উত্তৰঃ

প্রশ্ন ৩ : এটা আৰ্হিৰ সহায়ত যোগাযোগ পদ্ধতি দেখুওৱাক।

উত্তৰঃ

প্রশ্ন ৪ : অন্তঃমুখী ব্যক্তিগত যোগাযোগ মানে কি ?

উত্তৰঃ

প্রশ্ন ৫ : আন্তঃব্যক্তিগত যোগাযোগ বুলিলে কি বুজে ?

উত্তৰঃ

প্রশ্ন ৬ : অন্তঃমুখী ব্যক্তিগত যোগাযোগ আৰু আন্তঃব্যক্তিগত যোগাযোগৰ মাজৰ মৌলিক পার্থক্যসমূহৰ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰঃ খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : যোগাযোগ পদ্ধতিৰ বিভিন্ন উপাদান সমূহ বৰ্ণনা কৰক ৷

উত্তৰঃ

প্রশ্ন ২ : শ্ৰেণীকোঠা যোগাযোগ পদ্ধতি ফলপ্রসূ হোৱাত বাধা প্ৰদান কৰা প্ৰতিবন্ধকসমূহ আলোচনা কৰক আৰু সেই বাধাসমূহ আঁতৰাবলৈ কিছুমান পৰামৰ্শ আগবঢ়াওক ।

উত্তৰঃ



Question Type By - Parina Hazarika