মূল্যাঙ্কন আৰু ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ

অধ্যায়- ১৩

 ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : শিক্ষণ-শিকন প্ৰক্ৰিয়াত মূল্যাঙ্কনৰ অৰ্থ আৰু গুৰুত্বতাৰ সম্পৰ্কে বৰ্ণনা কৰক ৷

উত্তৰঃ

প্রশ্ন ২ : মূল্যাঙ্কনৰ উদ্দেশ্য কি কি?

উত্তৰঃ

প্রশ্ন ৩ : মূল্যাঙ্কনৰ পৰিসৰৰ সম্পৰ্কে লিখক ।

উত্তৰঃ

প্রশ্ন ৪ : গঠনোপযোগী আৰু সমষ্টিগত মূল্যাঙ্কনৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰক ৷

উত্তৰঃ

খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : মূল্যাঙ্কনৰ বিভিন্ন কৌশলবোৰৰ বিষয়ে লিখক ।

উত্তৰঃ

প্রশ্ন ২ : গঠনোপযোগী আৰু সমষ্টিগত মূল্যাঙ্কনৰ মাজত থকা পাৰ্থক্যবোৰৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ

প্রশ্ন ৩ : বর্তমান মূল্যাঙ্কন পদ্ধতিয়ে সন্মুখীন হোৱা সমস্যাবোৰ কি কি? বৰ্ণনা কৰক।

উত্তৰঃ

প্রশ্ন ৪ : বর্তমান অৱস্থাত ফলপ্রসূ মূল্যাঙ্কন পদ্ধতিৰ বাবে আপুনি কিছুমান প্ৰতিকাৰৰ উপায় আগবঢ়াওক ।

উত্তৰঃ


Question Type By- Parina Hazarika