ভাৰতীয় সংবিধানৰ মূল গাঁথনি আৰু সংশোধন

অধ্যায় ১২


ক) বস্তুধৰ্মী প্ৰশ্ন

প্ৰশ্ন ১ঃ কোন চনত চিকিমক পূৰ্ণ পৰ্যায়ৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয় ?

উত্তৰ-

প্ৰশ্ন ২ঃ সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে সম্পত্তি অধিকাৰক মৌলিক অধিকাৰ সূচীৰ পৰা বাতিল কৰা হয় ?

উত্তৰ-

প্রশ্ন ৩ : কোনটো সংবিধান সংশোধনীৰ যোগেদি পঞ্চায়তৰাজ প্ৰতিষ্ঠানসমূহক সাংবিধানিক মর্যাদা প্ৰদান কৰা হয় ?

উত্তৰ- খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : সংবিধানৰ মূল গাঁথনিৰ বিষয়ে চমুকৈ লিখক ?

উত্তৰ- প্রশ্ন ২ : ভাৰতত সংবিধানৰ মূল গাঁথনিৰ সংজ্ঞা নির্ধাৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ভূমিকা সম্পর্কে চমুকৈ লিখক ?

উত্তৰ- (গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : সংবিধানৰ মূল গাঁথনি ধাৰণাটোৰ সমালোচনা আগবঢ়াওক?

উত্তৰ- প্রশ্ন ২ : ভাৰতৰ সংবিধানৰ বিভিন্ন সংশোধনীৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰক?

উত্তৰ-

উত্তৰ-


Question Type By- Himadree Bora