ভাৰতীয় সংবিধানৰ ঐতিহাসিক পৃষ্ঠ ভূমি

অধ্যায় ২


ক) বস্তুধর্মী প্রশ্ন 

 প্রশ্ন ১ : ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন? 
উত্তৰ-

প্রশ্ন ২ : কোনখন আইনে মুছলিম সম্প্রাদায়ৰ বাবে বিশেষ নির্বাচকৰ সূচনা কৰিছিল?
উত্তৰ-

প্রশ্ন ৩ : ১৮৮৪ চনৰ পিছ ইণ্ডিয়া এক্টে আগবঢ়োৱা নিয়ন্ত্ৰণ পৰিষদ (বৰ্ড অৱ কণ্টল)ৰ গঠন সম্পর্কে লিখক? 
উত্তৰ-

 প্রশ্ন ৪ : ১৯১৯ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি কেন্দ্ৰীয় সূচীত অন্তর্ভুক্ত যিকোনো চাৰিটা বিষয় উল্লেখ কৰক ? 
উত্তৰ-

 (খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : ১৭৭৩ চনৰ ৰেগুলেটিং এক্ট সম্পৰ্কে চমুটোকা লিখক?
উত্তৰ-

প্রশ্ন ২ : ১৮৬১ চনৰ ভাৰতীয় পৰিষদ আইন অনুযায়ী ভাৰতত হোৱা পৰিবৰ্তনসমূহ চমুকৈ আলোচনা কৰক ?
উত্তৰ-

প্রশ্ন ৩ : ১৯০৯ চনৰ ভাৰতীয় পৰিষদ আইন বা মলে-মিন্টো সংস্কাৰে ভগোৱা নিৰ্বাচকৰ তিনিটা ভাগ সম্পর্কে লিখক ?
উত্তৰ-

প্রশ্ন ৪ : ১৯৩০ চনৰ ছাইমন আয়োগ সম্পর্কে চমুটোকা লিখক? 
উত্তৰ-

(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : ১৭৭৩ চনৰ পৰা ১৯০৯ চনৰ সময়ছোৱাত ভাৰতক সাংবিধানিক অগ্রগতি প্ৰক্ৰিয়াটোৰ সম্পর্কে আলোচনা কৰক। 
উত্তৰ-

প্রশ্ন ২ : ১৯১৯ চনৰ আৰু১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন দুখনে ভাৰতৰ সাংবিধানিক অগ্ৰগতিত কিদৰে আৱদান আগবঢ়াইছে ব্যাখ্যা কৰক? 
উত্তৰ-

প্রশ্ন ৩ঃ ১৯১৯ চনৰ পৰা ১৯৪৭ চনলৈকে ভাৰতৰ সাংবিধানিক অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰত ?
উত্তৰ-


Question Type By- Himadree Bora