মৌলিক কৰ্তব্য

অধ্যায় ৭


(ক) অতি চমু প্রশ্ন- প্রশ্ন ১ : কোন দেশৰ সংবিধানৰ পৰা প্ৰেৰিত হৈ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্তি কৰা হৈছে?

উত্তৰ- প্রশ্ন ২ : কেতিয়া ভাৰতৰ সংবিধানত ১১ সংখ্যক মৌলিক কর্তব্য অন্তর্ভুক্ত কৰা হয় ?

উত্তৰ- প্রশ্ন ৩ : সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহ অন্তর্ভুক্ত কৰা হৈছে ? প্রশ্ন ৪ : ১৯৭৬ চনৰ কোন কমিটিৰ পৰামৰ্শ মতে, মৌলিক কৰ্তব্যসমূহক ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হয় ?

উত্তৰ- (খ) চমু প্রশ্ন-(১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহৰ বৈশিষ্ট্য সম্পৰ্কে চমুটোকা লিখক?

উত্তৰ- প্রশ্ন ২ : মৌলিক কৰ্তব্যসমূহৰ প্ৰকৃতি অনুসৰি মৌলিক কৰ্তব্যসমূহৰ তিনিটা ভাগৰ বৰ্ণনা কৰক ?

উত্তৰ- (গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : ভাৰতৰ সংবিধানত অন্তর্ভুক্ত মৌলিক কৰ্তব্যসমূহৰ পৃষ্ঠ ভূমি আলোচনা কৰক ?

উত্তৰ- প্রশ্ন ২ : ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহৰ সীমাবদ্ধতা দাঙি ধৰক?

উত্তৰ-


Question Type By- Himadree Bora