মৌলিক অধিকাৰ

অধ্যায় ৬


ক) বস্তুধর্মী প্রশ্ন প্রশ্ন ১ঃ ভাৰতীয় সংবিধানৰ কোনটো অংশত নাগৰিকৰ মৌলিক অধিকাৰ অন্তৰ্ভূক্ত কৰা হৈছে।

উত্তৰ-


প্রশ্ন ২: সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে নাগৰিক সকলে ভংগ হোৱা অধিকাৰ ৰক্ষাৰ কাৰণে ক্ৰমে উচ্চতম আৰু উচ্চ ন্যায়লয়ৰ ওচৰত আৱেদন কৰিব পাৰে?

উত্তৰ-


প্রশ্ন ৩ঃ সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে আমাৰ সমাজৰ পৰা অস্পৃশ্যতাৰ প্ৰথা নিৰ্মূল কৰিছে?

উত্তৰ-


প্রশ্ন ৪ঃ কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা [অনুচ্ছেদ ১৯ (১)] ৰ দুটা যুক্তিসংগত বাধা উল্লেখ কৰক।

উত্তৰ-


খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ঃ সমতাৰ অধিকাৰ (Right to Equality) ৰ বিষয়ে এটি চমু টোকা লিখক ৷

উত্তৰ-


প্রশ্ন ২ঃ ভাৰতীয় সংবিধানত অন্তর্ভুক্ত মৌলিক অধিকাৰ সমূহৰ ছটা বৈশিষ্ট্য ব্যাখ্যা কৰক৷

উত্তৰ-


প্রশ্ন ৩ঃ মৌলিক অধিকাৰৰ ওপৰত থকা নিষেধাজ্ঞাৰ বিষয়ে ব্যাখ্যা কৰক।

উত্তৰ-


প্রশ্ন ৪ঃ মৌলিক অধিকাৰৰ গুৰুত্বৰ সম্বন্ধে এটি চমু টোকা লিখক।

উত্তৰ-


গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ঃ ভাৰতীয় সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰৰ অৰ্থ ব্যাখ্যা কৰক। মৌলিক অধিকাৰৰ বৈশিষ্ট্যসমূহ আৰু মৌলিক অধিকাৰৰ ওপৰত থকা নিষেধাজ্ঞা সমূহ বৰ্ণনা কৰক ৷

উত্তৰ-


প্রশ্ন ২ঃ ভাৰতীয় সংবিধানত অন্তৰ্ভূক্ত বিভিন্ন প্ৰকাৰৰ মৌলিক অধিকাৰ সমুহ কি কি ? যিকোনো চাৰিটা মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰক।

উত্তৰ-


Question Type By- Himadree Bora