নাগৰিকত্ব

অধ্যায় ১০

(ক) বস্তুধর্মী প্রশ্ন-
প্রশ্ন ১: নাগৰিকত্ব সম্পৰ্কে ভাৰতীয় সংবিধানত উল্লেখ থকা যিকোনো এটা নিয়ম উল্লেখ কৰক।

উত্তৰ-

প্রশ্ন ২ঃ ভাৰতীয় নাগৰিকত্ব লাভৰ বিস্তৃত সা-সুবিধা আগবঢ়োৱা ভাৰতীয় সংসদে প্ৰৱৰ্তন কৰা গুৰুত্বপূৰ্ণ আইন এখনৰ নাম উল্লেখ কৰক ।

উত্তৰ-

প্রশ্ন ৩ঃ ভাৰতীয় নাগৰিকত্বৰ পটভূমিত ভাৰতীয় মূলৰ ব্যক্তিক বুজোৱা PIO -ৰ সম্পূৰ্ণ ৰূপটো লিখক।

উত্তৰ-

(খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 
প্রশ্ন ১ঃ কোনবোৰ চৰ্তৰ অধীনত ভাৰতীয় নাগৰিকে নাগৰিকত্ব হেৰুৱাব পাৰে? ব্যাখ্যা কৰক। 

উত্তৰ-

প্রশ্ন ২ঃ নাগৰিকত্বৰ অৰ্থ বৰ্ণনা কৰি এটা চমুটোকা লিখক।

উত্তৰ-

(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) 
প্রশ্ন ১ঃ নাগৰিকত্ব সম্পর্কে ভাৰতীয় সংবিধানত সন্নিৱিষ্ট নীতি-নিয়মবোৰ আলোচনা কৰক।

উত্তৰ-

প্রশ্ন ২ঃ ভাৰতীয় নাগৰিকত্ব লাভৰ পদ্ধতিবোৰ ব্যাখ্যা কৰক।

উত্তৰ-



Question Type By- Himadree Bora