মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ মাজৰ সম্পৰ্ক

অধ্য়ায় ৯


(ক) বস্তুধর্মী প্রশ্নঃ প্রশ্ন ১: ভাৰতীয় সংবিধানত মৌলিক অধিকাৰবোৰৰ অন্তৰ্ভুক্তিত কোনখন দেশৰ সংবিধানে সর্বাধিক প্ৰভাৱ পেলাইছে?

উত্তৰ- প্রশ্ন ২ঃ ভাৰতে কোনখন দেশৰ সংবিধানৰ পৰা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিবোৰ ধাৰলৈ লৈছে?

উত্তৰ- প্রশ্ন ৩ঃ ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰ-

প্রশ্ন ৪ঃ কোনটো সংবিধান সংশোধন কালত আৰু কিমান চনত মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে?

উত্তৰ-

(খ) চুটি প্রশ্নঃ (১৫০ টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)-

প্রশ্ন ১ঃ মৌলিক অধিকাৰৰ অৰ্থ চমুকৈ বৰ্ণনা কৰক।

উত্তৰ- প্রশ্ন ২ঃ মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিবোৰে কেনেকৈ দেশত এখন দায়িত্বশীল চৰকাৰৰ শাসন সুনিশ্চিত কৰে?

উত্তৰ- প্রশ্ন ৩ঃ মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিবোৰে কেনেকৈ এখন গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিব পাৰে ব্যাখ্যা কৰক ।

উত্তৰ- (গ) ৰচনাধর্মী প্রশ্নঃ (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ দিয়ক) প্রশ্ন ১ঃ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিবোৰৰ মাজৰ প্ৰভেদ ব্যাখ্যা কৰক।

উত্তৰ- প্রশ্ন ২ঃ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ মাজৰ সম্পৰ্ক আলোচনা কৰক।

উত্তৰ-


Question Type By- Himadree Bora