ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি

অধ্যায় ৮

ক) বস্তুধর্মী প্রশ্ন প্রশ্ন ১ঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি সমূহ কোনখন সংবিধানৰ পৰা ধাৰ কৰা হৈছে?

উত্তৰ-

প্রশ্ন ২ঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি সমূহ সংবিধানৰ কোনটো অধ্যায়ত অন্তৰ্ভূক্ত কৰা হৈছে?

উত্তৰ- প্রশ্ন ৩ঃ নির্দেশাত্মক নীতিত সন্নিবিষ্ট গান্ধীবাদী নীতি সমূহ কোনবিলাক অনুচ্ছেদত উল্লেখত আছে ?

উত্তৰ-

প্রশ্ন ৪ঃ নির্দেশাত্মক নীতিত সন্নিবিষ্ট আন্তঃৰাষ্ট্ৰীয় নীতিসমূহ কোনটো অনুচ্ছেদত উল্লেখত আছে ?

উত্তৰ- খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ঃ ভাৰতীয় সংবিধানত অন্তর্ভুক্ত নির্দেশাত্মক নীতিৰ প্ৰধান বৈশিষ্ট্যসমূহৰ বিষয়ে লিখক।

উত্তৰ-

প্রশ্ন ২ঃ নির্দেশাত্মক নীতিত সন্নিবিষ্ট যিকোনো চাৰিটা গান্ধীবাদী নীতি উল্লেখ কৰক।

উত্তৰ-

প্রশ্ন ৩ঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি বুলিলে কি বুজে? নির্দেশাত্মক নীতিত সন্নিবিষ্ট আন্তঃৰাষ্ট্ৰীয় নীতিসমূহ কি কি উল্লেখ কৰক।

উত্তৰ- প্রশ্ন ৪ঃ নির্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ মাজৰ প্ৰভেদসমূহ বিচাৰ কৰক ।

উত্তৰ-

গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান প্ৰকাৰ সমূহৰ বিষয়ে আলোচনা কৰক।

উত্তৰ- প্রশ্ন ২ঃ ভাৰতবৰ্ষত নর্দেশাত্মক নীতিৰ ৰূপায়ণৰ সম্বন্ধে বর্ণনা কৰক ৷

উত্তৰ-


Question Type By- Himadree Bora