নামঘোষা

অধ্য়ায়- ৮


ক) বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

ক) বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ


খ) বিনোৱা ভাবেই কীৰ্ত্তন আৰু নামঘোষাক কিহৰ লগত তুলনা কৰিছিল ?

উত্তৰঃ


গ) ‘কল্পতৰু' মানে কি?

উত্তৰঃ


প্রশ্ন ২: শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক—

ক) মাধৱদেৱে নামঘোষাত শংকৰদেৱৰ স্মৃতি বিষয়ক মুঠতে পাঁচটা ঘোষা ৰচনা কৰিছে। 

উত্তৰঃ


খ) ‘আত্মলঘিমা’ শব্দটিৰ অৰ্থ হ’ল ‘আত্ম’ মানে নিজে আৰু ‘লঘিমা’ মানে সৰু বা পাতল।

উত্তৰঃ


গ) মাধৱদেৱৰ সাহিত্য জীৱন আৰম্ভ হৈছে বাৎসল্য ৰসেৰে।

উত্তৰঃ


খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : নামঘোষাত মাধৱদেৱৰ আত্মলঘিমা কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰক ।

উত্তৰঃ


প্রশ্ন ২ : নামঘোষাক কিয় ‘মহাপ্রস্থানিক গীত' আৰু ‘হেজাৰী ঘোষা' বুলি কোৱা হয় বিচাৰ কৰক।


প্রশ্ন ৩ : নামঘোষাত প্ৰকাশ পোৱা বিষয়বস্তু সম্পর্কে এটি আলোচনা আগবঢ়াওক।


গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘মাধৱদেৱৰ নামঘোষাত প্ৰধানতঃ তিনিটা ভাৱৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে ধাৱমান হৈছে।' —এই তিনিটা ভাৱৰ ধাৰা কি কি চমুকৈ আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন ২ : ‘বাৎসল্য ৰসৰ উদয়াচলত আবির্ভূত হৈ দাস্য ভাৱৰ অস্তাচলত মাধৱদেৱৰ সাহিত্য প্ৰতিভা মাৰ গৈছে।' —এই মন্তব্যৰ আধাৰত মাধৱদেৱৰ ৰচনাত প্ৰকাশ পোৱা বাৎসল্য আৰু দাস্য ৰসৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ : বাণীকান্ত কাকতিৰ ‘নামঘোষা' নামৰ প্ৰবন্ধটিত মাধৱদেৱৰ ব্যক্তিত্ব কেনেদৰে প্ৰকাশ পাইছে বিশ্লেষণ কৰক।

উত্তৰঃ



Type By- Janmoni Hazarika