-----------------------------------------

অসমীয়া সাহিত্য়ৰ বুৰঞ্জী - ১

-----------------------------------------

প্রাসংগিক গ্রন্থঃ


অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জীঃ দেবেন্দ্ৰনাথ বেজবৰুৱা, অসম প্ৰকাশন পৰিষদ,    গুৱাহাটী
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তঃ সত্যেন্দ্ৰনাথ শৰ্মা, সৌমাৰ প্ৰকাশ, গুৱাহাটী
অসমীয়া সাহিত্যৰ ৰূপৰেখাঃ মহেশ্বৰ নেওগ, চন্দ্র প্রকাশ, গুৱাহাটী 
অসমীয়া সাহিত্যৰ দৃষ্টিপাতঃ হেমন্ত কুমাৰ শৰ্মা, বীণা লাইব্ৰেৰী, গুৱাহাটী
অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড)ঃ বিশ্বেশ্বৰ হাজৰিকা (সম্পা), আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, গুৱাহাটী
অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় খণ্ড)ঃ শিৱনাথ বৰ্মন (সম্পা), আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থা, গুৱাহাটী
অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড)ঃ হোমেন বৰগোহাঞি (সম্পা), আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থা, গুৱাহাটী
অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখাঃ লীলা গগৈ (সম্পা), বনলতা, ডিব্ৰুগড়
অসমীয়া জন সাহিত্যঃ প্রফুল্ল দত্ত গোস্বামী, বাণী প্রকাশ প্রা.লি, গুৱাহাটী 
অসমীয়া কবিতাৰ প্ৰবাহ (প্রথম খণ্ড)ঃ কবীন ফুকন, বনলতা, ডিব্ৰুগড় 
আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়ঃ লীলা গগৈ (সম্পা), বনলতা, ডিব্ৰুগড়