বিদ্য়ালয়ত নাম ভৰ্ত্তি বাবে আবেদন


 প্ৰতি,

প্ৰধান শিক্ষক,

_______ বিদ্য়ালয় 

মহাশয়,

     মোৰ পুত্ৰী শ্ৰীমতী ___________ , __________ বিদ্য়ালয়ৰ ________ শ্ৰেণীৰ ছাত্ৰী । তাই এই বছৰ বছৰেকীয়া পৰীক্ষা দিছে । পৰীক্ষাৰ ফলাফল এতিয়ালৈকে পোৱা নাই । মই মোৰ পুত্ৰীক আপোনাৰ _______ বিদ্য়ালয় ________ শ্ৰেণীত ভৰ্ত্তি কৰিব বিচাৰিছো । আপোনাৰ পৰা আশাব্য়ঞ্জক উত্তৰ পোৱাৰ পিছত মই তাইৰ পূৰ্ব্ব বিদ্য়ালয়ৰ পৰা ট্ৰেঞ্চফাৰ চাৰ্টফিকেট আৰু অন্য়ান্য় কাগজ সমূহ লৈ আহিম । অনুগ্ৰহ কৰি ভৰ্ত্তি সম্পৰ্কে বিস্তাৰিত বিৱৰণ মোক জনালে মই ব্য়াধিত হম ।

ধন্য়বাদ ।


ঠিকনা----                                                                                        আপোনাৰ বিশ্বাসী

তাৰিখ-----                                                                                      ________________ |