প্ৰতি,
প্ৰধান শিক্ষক/শিক্ষয়ত্ৰী
____________ বিদ্য়ালয়
মহাশয়/মহাশয়া
                   বিনীত নিবেদন এই যে মই আপোনাৰ বিদ্য়ালয় প্ৰাক্তন ছাত্ৰ/ছাত্ৰী। মই  ২০০৩ চনত গড়ে ৭২ শতাংশ নম্বৰ পাই উচ্চতম মধ্যমিক শিক্ষান্ত পৰীক্ষাত  উত্তীৰ্ণ হৈছিলো। ইয়াৰ বাহিৰেও মই বিদ্য়ালয়ৰ অন্য়ান্য় খেলটো ভাগ লৈছিলো।
            বৰ্তমান মই  মৰিগাঁও কলেজত বি এ পঢ়ি আছো। সম্প্ৰতি চাকৰিৰ আবেদন কৰাৰ কাৰণে মোক এখন চৰিত্ৰৰ প্ৰমাণ পত্ৰৰ আৱশ্য়ক হৈছে।
        আশাকৰো অতি সোনকালে মোক উক্ত প্ৰমাণ পত্ৰখন প্ৰদান কৰি বাধিত কৰিব।
   

    ধন্য়বাদ।                                                                                                             আপোনাৰ বিশ্বাসী______   

     তাৰিখ_____